মহাকবি কালিদাস | Mahakabi Kalidas | মহাকবি কালিদাস কিতাপসনৰ সাধু সমূহ


মহাকবি কালিদাস


মহাকবি কালিদাস

এম. আব্দুল মজিদ খান


প্ৰকাশকঃ

শ্ৰীকুল শৰ্মা

কিতাপ সমালয়

আনন্দৰাম বৰুৱা পথ, পাণবজাৰ, গুৱাহাটী-১


প্ৰথম প্ৰকাশঃ ২০১৪ চন

দ্বীতিয় প্ৰকাশঃ ২০১৬ চন


বেটুপাত আৰু অলংক ৰণঃ শ্ৰী দেৱজিৎ দাস আৰু শ্ৰীধনঞ্জয় শৰ্মা


মূল্যঃ ৩০.০০ টকা


ডি.টি.পি, ঃ

কামৰূপা প্ৰিণ্টাৰ্চ্

এ. টি. ৰোড, টকৌবাৰী, গুৱাহাটী-১


মুদ্ৰকঃ

আঙ্গিক প্ৰেছ

জি এন বি ৰোড, টকৌবাৰী, গুৱাহাটী-১


সূচীপত্ৰ


ৰাজকুমাৰী বিদ্যোত্তমাৰ সৈতে পণ্ডিতসকলৰ তৰ্ক-যুদ্ধ

অষ্টবক্ৰ বন্দী সংবাদ

কালিদাসৰ বিয়া

পত্নীৰ ধিক্কাৰ আৰু কালিদাসৰ দিব্যজ্ঞান লাভ

মহাৰাজ বিক্ৰমাদিত্যৰ ৰাজসভাত কালিদাস

ভালুক-বাঘ আৰু ৰাজকুমাৰৰ কথা

ভোজ ৰজাৰ ৰাজ্যত কালিদাস

ধূৰ্ত শিয়ালৰ কথা

ৰজা ভোজৰ পৰাজয়

কবি বল্লনৰ পৰাজয়

দোলাভাৰী কালিদাস