বতাহ, ধুমুহা আৰু ঘূৰ্ণীবতাহ

৮.৮ আধুনিক প্ৰযুক্তিবিদ্যাই সহায় কৰিছেঃ

আজিকালি আমি অধিক সুৰক্ষিত। যোৱা শতিকাৰ আৰম্ভণিত উপকুলীয় অঞ্চলৰ বাসিন্দাসকলে আসন্ন ঘূৰ্ণি বতাহৰ বাবে সাজু হ'বলৈ বা নিৰাপদ ঠাইলৈ বাসস্থান স্থানান্তিত কৰিবলৈ এদিনতকৈ কম সময় পািছিল। আজিৰ পূথিৱীখন বহুত বেলেগ । কৃত্ৰিম উপগ্ৰহ আৰু ৰাডাৰৰ জৰিয়তে আসন্ন কোনো ঘূৰ্ণিবতাহৰ আগমনৰ ৪৮ ঘণ্টা পূৰ্বে জাৰি কৰা হয়। ঘূৰ্মীবতাহ উপকুলয় কাষ চাপিলে বাতৰিটো প্ৰতি ঘণ্টা বা প্ৰতি আধা ঘণ্টাৰ অন্টৰে অন্তৰে পৰিৱেশন কৰা হয় ঘূৰ্ণিবতাহে সংঘটিত কৰা ধ্বংসলীলাবোৰৰ খতিয়ান ৰাখিবলৈ অনেক জাতীয় আৰু আন্তৰ্জাতিক সংস্থাই সহযোগিতা কাম কৰে।


Type: Ankur Raj Deka 

Class 7