বাণীকান্ত কাকতিৰ সকলো প্ৰশ্ন উত্তৰ


১) বাণীকান্ত কাকতিৰ জন্ম কোন চনত হৈছিল ?

উত্তৰঃ- বাণীকান্ত কাকতিৰ জন্ম হৈছিল ১৮৯৪ চনৰ বৰপেটা জিলাত।

২) বাণীকান্ত কাকতিৰ পিতৃৰ নাম কি আছিল ?

উত্তৰঃ- বাণীকান্ত কাকতিৰ পিতৃৰ নাম হ'ল ললিতৰাম কাকতি আছিল ।

৩) বাণীকান্ত কাকতিৰ মাতৃৰ নাম কি আছিল ?

উত্তৰঃ- বাণীকান্ত কাকতিৰ মাতৃৰ নাম হ'ল-লহোবালা কাকতি ।

 ৪) বাণীকান্ত কাকতিক কি নামেৰে জনা যায় লিখাঁ ?

উত্তৰঃ-বাণীকান্ত কাকতিক ৰাধা পণ্ডিত নামেৰে জনা যায় ।

৫) বানীকান্ত কাকতিয়ে কত শিক্ষা গ্ৰহন কৰিছিল ?

উত্তৰঃ- বাণীকান্ত কাকতিয়ে নিম্ন প্ৰাইমেৰি বিদ্যালয়ত শিক্ষা গ্ৰহন কৰিছিল ।

৬) বাণীকান্ত কাকতিয়ে কাৰ তত্বাবধানত পঢ়া-শুনা কৰিছিল ?

উত্তৰঃ- বাণীকান্ত কাকতিয়ে ককায়েকৰ তত্বাৱধানত পঢ়া-শুনা কৰিছিল ।

৭)  বাণীকান্ত কাকতিয়ে বৰপেটা হাইস্কুলত কোন চনত নাম লগাইছিল ?

উত্তৰঃ- বানীকান্ত কাকতিয়ে বৰপেটা স্কুলত ১৯০৫ চনত  নাম লগাইছিল ।

৮) বৰপেটা হাইস্কুলৰ এজন শিক্ষকৰ নাম লিখাঁ ?

উত্তৰঃ- বৰপেটা হাইস্কুলৰ এজন শিক্ষকৰ নাম হল কালীমোহন  গুপ্ত ।

৯) বাণীকান্ত কাকতিয়ে কান চনত প্ৰৱেশিকা পৰীক্ষা দিছিল ?

উত্তৰঃ- বাণীকান্ত কাকতিয়ে ১৯১১ চনত প্ৰৱেশিকা পৰীক্ষা দিছিল ।

১০) বাণীকান্ত কাকতিয়ে কোন বিশ্ববিদ্যালয়ৰ পৰা কি বিষয়ত প্ৰথম স্থান পাইছিল ?

উত্তৰঃ- বানীকান্ত কাকতিয়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত প্ৰথম স্থান পাইছিল ।

১১) বাণীকান্ত কতাকতিয়ে কোন চনত কলিকতা বিশ্ববিদ্যালয়ত নামভক্তি কৰিছিল ?

উত্তৰঃ- বাণীকান্ত কাকতিয়ে  ১৯১১ চনত কলিকতা বিশ্ববিদ্যালয়ত নামভক্তি কৰিছিল ।

১২)  বানীকান্ত কাকতিয়ে কিমান চনত কলিকতা চহৰলৈ গৈছিল ?

উত্তৰঃ- বানীকান্ত কাকতিয়ে ১৯১৩ চনত কলিকতা চহৰলৈ গৈছিল ।

১৩) বানীকান্ত কাকতিয়ে আই.এ. পৰীক্ষা কোন চনত দিছিল ?

উত্তৰঃ- বানীকান্ত কাকতিয়ে আই.এ পৰীক্ষা ১৯১৩ চনত দিছিল ।

১৪) বাণীকান্ত কাততিয়ে কোন চনত বিএ পৰীক্ষাত বহিছিল ?

উত্তৰঃ বাণীকান্ত কাকতিয়ে ১৯১৫ চনত বি.এ পৰীক্ষা বহিছিল ।

১৬) বাণীকান্ত কাকতিয়ে বি.এ পৰীক্ষাত বহি কি বিষয়ত দ্বিতীয় শ্ৰেণীৰ কি স্থান লাভ কৰিবলৈ সফল হৈছিল ?

উত্তৰঃ- বাণীকান্ত কাকতিয়ে বি.এ পৰীক্ষাত বহি ইংৰাজী বিষয়ত দ্বিতীয় শ্ৰেণীৰ চতুৰ্থ স্থান লাভ কৰিবলৈ সফল হৈছিল ।

১৭) বাণীকান্ত কাকতিয়ে এম.এ পৰীক্ষাত কিমান চনত বহিছিল ? 

উত্তৰঃ- বাণীকান্ত কাকতিয়ে এম.এ পৰীক্ষা ১৯১৮ বহিছিল । 

১৮) বাণীকান্ত কাকতিৰ এখম মূল্যৱন গন্থৰ নাম লিখাঁ ?

উত্তৰঃ- বাণীকান্ত কাকতিৰ এখন মূল্যৱন গন্থৰ নাম হল Assamese : Its formation and development । 

১৯) বাণীকান্ত কাকতিক ক'ত ডক্টৰেট উপাধি প্ৰদান কৰা হৈছিল ?

উত্তৰঃ- বাণীকান্ত কাকতিক  কলিকতা বিশ্ববিদ্যালয়ত প্ৰদান কৰা হৈছিল ।

২০)বাণীকান্ত কাকতিক কোন বিশ্ব বিদ্যালয়ে ডিন অৱ দি ফেকাল্টি অৱ আৰ্টছ এণ্ড কমাৰ্ছ" বা "কলাগুৰু"উপাধিৰে সন্মানিত কৰিছিল ? 

উত্তৰঃ- বাণীকান্ত কাকতিক গুৱাহাটী বিশ্ব বিদ্যালয়ে ডিন অৱ ফকাল্টি অৱ আৰ্টছ এণ্ড কমাৰ্ছ বা কলাগুৰু উপাধিৰে সন্মানিত কৰিছিল ।

২১)  পৰমানন্দ কাকতিক আন কি নামৰে জনা যায়  ? 

উত্তৰঃ- পৰমানন্দ কাকতিক ৰাধা পণ্ডিত নামেৰে জনা যায় ।

২২)  বাণীকান্ত কাকতিয়ে কটন কলেজত কিমান চনৰ কিমান তাৰিখে কি বিষয়ত অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল ?

উত্তৰঃ- বাণীকান্ত কাকতিয়ে কটন কলেজত ১৯১৮ চনৰ ১৬ নৱেম্বৰ তাৰিখে ইংৰাজী বিষয়ত অধ্যাপক হিচাপে কৰ্মজীৱন কৰিছিল ।

২৩) বাণীকান্ত কাকতিয়ে কিমান চনত কলেজৰ অধ্যাক্ষ পদলৈ পদ্দোনিত লাভ কৰিছিল ?

উত্তৰঃ- বামীকান্ত কাকতিয়ে ১৯৪৭ চনত কলেজৰ অধ্যাক্ষ পদলৈ পদ্দোনিত লাভ কৰিছিল ।

২৪) বাণীকান্ত কাকতিয়ে  কাক কিমান চনত বিয়া কৰাইছিল ?

উত্তৰঃ- বাণীকান্ত কাকতিয়ে কনকলতা দাসক ১৯১৬ চনত বিয়া কৰাইছিল ।

২৫) কনকলতকা দাসৰ পিতৃৰ নাম কি আছিল ?

উত্তৰঃ- কনকলতা দাসৰ পিতৃৰ নাম হ'ল উপাকান্ত দাস।

২৬)  বাণীকান্ত কাকতিৰ পুত্ৰ কেইজন আছিল  ?

উত্তৰঃ- বাণীকান্ত কাকতিৰ তিনিজন পুত্ৰ আছিল ।

২৭) বাণীকান্ত কাকতিৰ জীৱৰী কেইগৰাকী আছিল ?

উত্তৰঃ- বাণীকান্ত কাকতিৰ জীৱৰী তিনিগৰাকী আছিল ।

২৮) কনকলতা কাকতিৰ কিমান চনত মৃত্যু ঘটে ?

উত্তৰঃ- কনকলতা কাকতিৰ ১৯৫২ চনৰ ১৭ ছেপ্তেম্বৰ তাৰিখে মৃত্যু হয় ।

২৯) কিহৰ বাবে বাণীকান্ত কাকতিক  পি.এইচ.ডি.ডিগ্ৰী প্ৰদান কৰা হৈছিল ?

উত্তৰঃ- বাণীকান্ত কাকতিৰ গৱেষনামূলক গ্ৰন্থ অসমীয়া ভাষা:ইয়াৰ গঠন আৰু ক্ৰমবিকাশৰ বাবে পি.এইচ.ডি.ডিগ্ৰী প্ৰদান কৰা হৈছিল ।

৩০) বাণীকান্ত কাকতিয়ে কি মাহৰ লৈকে কটন কলেজৰ অধ্যক্ষ পৰা অৱসৰ গ্ৰহন কৰিছিল ?

উত্তৰঃ- বাণীকান্ত কাকতিয়ে জানুৱাৰী মাহৰ লৈকে কটন কলেজৰ অধ্যক্ষ পৰা অৱসৰ গ্ৰহন কৰিছিল ।


Type-Bhabesh Bora