নেতাজী সুভাষচন্দ্ৰ বসু


নেতাজী সুভাষচন্দ্ৰ বসুৰঃ নেতাজী সুভাষচন্দ্ৰ দেৱৰ জন্ম হৈছিল ১৮৯৭ চনৰ ২৩ জানুৱাৰীত উৰিষ্য়াৰ ককট চহৰত। তোখেতৰ পিতৃ আছিল জানকীনাথ বসু আৰু মাতৃ প্ৰভাৱতী দেৱী। কটক চহৰৰ মিছনেৰী স্কুলতেই তেখেতে প্ৰথমে শিক্ষা লাভ কৰে। তেখেতে "ৰেভেঞ্চ" কলেজীয়েট স্কুলৰ পৰা ১৯১৩ চনত পাটনাৰ বিশ্ববিদ্য়ালয়ৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰে। তেওঁ বিলাতত থকাৰ সময়তে ভাৰতত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলনৰ প্ৰৱস জোৱাৰ উঠে। তেখেতে ১৯২১ চনত তেওঁ বিলাতৰ নপৰা ঘূৰি আহে। লগে লগে তেওঁলৈ আহে চৰকাৰী উচ্চ পদৰ উপঢৌকন। কিন্তু সকলোকে আচৰিত কৰি সুভাষে আই. চি. এছ. ডিগ্ৰী পৰিত্য়াগ কৰি মুক্তি সংগ্ৰামত জঁপিয়াই পৰিল। ১৯২১ চনৰ শেষ ভাগৰত সুভাষ চন্দ্ৰ আৰু দেশ বন্ধু দুয়ো কাৰাবৰণ কৰিব লগা হয়। ১৯৪১ চনৰ ২৬ জানুৱাৰী তাৰিখে বাতৰি প্ৰচাৰিত হ'ল সুভাষ চন্দ্ৰ বসু নিৰুদ্দেশ হুৱা বুলি। 


 Type Nabajyoti Bora