ব্যক্তিত্ব অভীক্ষা (personality test) Chapter 5 Question and Answer Assam | B.A 3rd Semester Education Suggestion | B.A 3rd Semester Education Free Notes | B.A 3rd Semester Education Solution | B.A 3rd Semester Education Question and Answer ব্যক্তিত্ব অভীক্ষা (personality test) পাঠটোৰ প্ৰশ্ন-উত্তৰ


 ব্যক্তিত্ব অভীক্ষা
 (personality test) 


প্ৰশ্নাৱালী

1 . ব্যক্তিত্বৰ পৰিমাপণ মানে কি ? 
What is meant by personality measurement ?
উত্তৰঃ
2. ব্যক্তিত্বৰ পৰিমাপণত প্রভাৱ পেলােৱা এটা কাৰক উল্লেখ কৰা ।
Mention one factor affecting personality measurement .
উত্তৰঃ
3. ব্যক্তিত্ব পৰিমাণৰ পদ্ধতি কেইটা কি কি ?
 What are the methods of personality measurement ? 
উত্তৰঃ
4. সম্পূর্ণ গঢ়টো লিখাঃ 
Write full form
( i ) MMPI
( ii ) TAT 
( iii ) CAT
( iv ) OSST 
5 . ঘটনা বিৱৰণী পদ্ধতিৰ এটা অসুবিধা লিখা ।
 Write one demerits of case study method . 
উত্তৰঃ
 6 . সাক্ষাৎকাৰৰ প্রধান ভাগ দুটা লিখা ।
 Write about the main two types of interview .
উত্তৰঃ 
 7 . সমাজ আলেখ্য পদ্ধতিৰ সৃষ্টিকর্তা কোন ? 
Who was the pioneer of socio - gram method ?
উত্তঃ
 8 . মান নিৰূপক কাঠীৰ উদাহৰণ দিয়া ।
 Give an example of rating scale .
উত্তৰঃ
 9 . মান নিৰূপক কাঠীৰ অসুবিধাবােৰ কি কি ? 
What are the demerits of rating scale . 
উত্তৰঃ
 10 . প্রক্ষেপমূলক অভীক্ষা কি ?
 What is projective test ? 
উত্তৰঃ
11. প্রক্ষেপনমূলক অভীক্ষাৰ বৈশিষ্ট্যবােৰ লিখা ।
 Write about the characteristics of projective test . 
উত্তৰঃ
12. প্রক্ষেপণমূলক অভীক্ষাৰ বিভিন্ন প্রকাৰবােৰ কি কি ?
 What are the different types of projective test ? 
উত্তৰঃ
13. কাহিনী সংবােধন অভীক্ষাৰ সৃষ্টিকর্তা কোন ?
 Who was the introducer of Thematic Apperception Test ?
উত্তৰঃ
 14 . চিয়াঁহী দাগ অভীক্ষা কোনে প্রস্তুত কৰিছিল?
 Who prepared the Ink blot test? 
উত্তৰঃ
15 . ব্যক্তিত্ব মানে কি ? ব্যক্তিত্ব কেনেকৈ পৰিমাপণ কৰা হয়?
 What is personality ? How is personality measured? 
উত্তৰঃ
16 . মান নিৰূপক কাঠী কি ? মান নিৰূপক কাঠীৰ প্ৰকাৰবােৰ ব্যাখ্যা কৰা আৰু সুবিধা অসুবিধাও লিখা। 
What is rating scale ? Describe the different types of rating scale and state its advantages and disadvantages. 
উত্তৰঃ
17. ব্যক্তিত্বৰ পৰিমাণৰ প্ৰক্ষেপনমূলক কৌশল বুলিলে কি বুজা? ইয়াৰ তিনিটাৰ নাম সিখা আৰু যিকোনাে এটা বর্ণনা কৰা।
 What do you understand by projective technique of measuring personality ? Name three of them and describe one of them. 
উত্তৰঃ
18. টোকা লিখা 
Write notes on.
( i ) মান নিৰূপক কাঠী 
Rating scale. 
( ii ) চিয়াহী দাগ অভীক্ষা
 Ink blot test. 
( iii ) কাহিনী সংবােধন অভীক্ষা 
Thematic Apperception Test.
( iv ) ব্যক্তিত্ব উদ্ভাৱকাৰী
 Personality inventory.
( v ) স্থিতিক পদ্ধতি
 Situational Method .


Type: Ankur Raj Deka