7.5.7  কোমলদেহী প্ৰাণী (Mollusca)

এই গোষ্ঠীৰ প্ৰাণীসমূহৰ দেহ দ্বিপাৰ্শ্বভাৱে সমমিত। ইহঁতৰ দেহগহ্বৰ সংকুচিত। এই গোষ্ঠীৰ প্ৰাণীৰ দেহ খণ্ডযুক্ত। ইহঁতৰ মুক্ত পৰিবহন তন্ত্ৰ থাকে আৰু বৃক্ক সদৃশ অংগৰদ্বাৰা ৰেচন প্ৰক্ৰিয়া সম্পন্ন কৰে। চলনৰ বাবে এই প্ৰাণীসমূহৰ দেহপদ থাকে। উদাহৰণঃ শামুক আৰু মাছেল।



Class 9 Science Assam SCERT Book (Chapter 7)

Type:- Bidyut Thakuria.