7.5.10  মেৰুদণ্ডী প্ৰাণী (Vertembrata)

এই গোষ্ঠীৰ প্ৰাণীসমূহৰ দেহত প্ৰকৃত অস্থিযুক্ত মেৰুদণ্ডী আৰু অন্তঃ কংকাল থাকে। বিভিন্ন ধৰণৰ চলন সুচল কৰাৰ বাবে অন্তঃ কংকালত পেশীসমূহ সংলগ্ন হৈ থাকে।

    মেৰুদণ্ডি প্ৰাণীসমূহ দ্বিপাৰ্শ্বিভাৱে সমমিত, ত্ৰি-স্ত্বকীয়, দেহ গহ্বৰযুক্ত আৰু দেহ বিভিন্ন কলা আৰু অংগ প্ৰত্য়েঙ্গত বিভক্ত। সকলোবিলাক পৃষ্ঠদণ্ডিৰ প্ৰাণীৰ দেহৰ তলত দিয়া বৈশিষ্ট্য়সমূহ দেখা যায়ঃ

    ১। এডাল নট'কৰ্ড বা পৃষ্ঠৰজ্জু থাকে।

    ২। এডাল পৃষ্ঠ স্নায়ু ৰজ্জু থাকে।

    ৩। ইহঁতৰ যুগ্ম ক্লোমৰন্ধ্ৰ থাকে।

    ৫। ইহঁত দেহগুহা যুক্ত।

          মেৰুদণ্ডী প্ৰাণীসমূহ পাঁচটা শ্ৰেণীত ভাগ কৰা হৈছে।


Class 9 Science Assam SCERT Book (Chapter 7)

Type:- Bidyut Thakuria.