7.5 প্ৰাণীজগত (Animalia)

প্ৰাণীসমূহৰ দেহ সংকোষকেন্দ্ৰীয় কোষেৰে গঠিত। ইহঁত বহুকোষীয় আৰু পৰপোষী জীৱ। ইহঁতৰ কোষত কোষবেৰ নাথাকে। বেছিভাগ প্ৰাণীয়েই চলনশীল।

    প্ৰাণীসমূহৰ বিস্তৃতি আৰু দেহ গঠনৰ ভিন্নতাৰ ওপৰত ভিত্তি কৰি ইহঁতক পুনৰ শ্ৰেণীবিভাজন কৰা হৈছে।



Class 9 General Science Assam SCERT Book (Chapter 7)

Type:- Bidyut Thakuria