5.2 কোষটো কিহেৰে গঠিত? কোষ এটাৰ সংগঠক মানে কি? (What is a Cell Made Up of ? What is the Structural Organisation of a Cell?)

  উল্লেখিত আলোচনাৰ পৰা দেখা পালো যে কোষ একোটাৰ কিছুমান বিশেষ উপাংগ আছে যাক অংগাণু বুলি কোৱা হয়। একোটা কোষ কেনেকৈ সংগঠিত হয়?
    আমি যদি এটা কোষ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰো তেন্তে ইয়াৰ তিনিটা বৈশিষ্ট্য়ঃ কোষাবৰণ কোষকেন্দ্ৰ আৰু কোষপ্ৰৰস আৰু সকলোবোৰ কোষতেই পোৱা যায়। কোষ এটাৰ আটাইবোৰ আভ্য়ন্তৰিণ প্ৰক্ৰিয়া আৰু কোষটোৰ পৰিৱেশৰ লগত থকা সম্বন্ধ এই তিনিটা বৈশিষ্ট্য়ৰ বাবেই সম্ভৱপৰ হয়।




Type :- Bidyut Thakuria
Class 9 Science Assam SERT Book