7.4.3  ঢেঁকীয়া জাতীয় উদ্ভিদ (PTERIDOPHYTA)

    এই বিভাগৰ উদ্ভিদখিনিৰ দেহ শিপা, কাণ্ড আৰু পাতৰ দৰে কিছুমান উপাংগলৈ পৃথকীকৰণ কৰিব পাৰি আৰু দেহৰ এঠাইৰ পৰা আন এঠাইলৈ পানী বা আন খনিজ দ্ৰব্য় পৰিবহনৰ বাবে বিশেষ ধৰণৰ কলা থাকে। ইহঁতৰ কিছুমান উদাহৰণ হ'ল一 পানী চেঙেচী, ঢেঁকীয়া, ইকুইজিচাম আদি । (চিত্ৰ 7.7 চাবা)

ঢেকীয়া




Type:- Bidyut Thakuria

Class 9 General Science Assam SCERT Book (Chapter 7)