বিত্তীয় বজাৰ

 Financial Markets 

অধ্যায়-৩

A) অতি চমু উত্তৰ ( প্ৰতিটো উত্তৰৰ বাবে ১ নম্বৰ

১। মৌদ্ৰীক পুঁজি সম্পকে _________ বোলা হয়। ( বিত্ত ) 

২। সা-সামগ্ৰীৰ বেচা-কিনা অঞ্চলকে _________ বোলা হয়। (বজাৰ)

৩। যি বজাৰত দীৰ্ঘম্যাদী পুঁজি সম্পৰ্কীয় প্ৰতিভূতিৰ ক্ৰয়- বিক্ৰয় হয় তেনে বজাৰকে _________ বজাৰ বোলা হয়। (মূলধন) 

৪। দেখাত ________ নিচিনা কিন্তু কামত সম্পূৰ্ণ সুকীয়া ধৰণৰ একপ্ৰকাৰ বিত্তীয় প্ৰতিষ্ঠানকে অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠান বোলা হয়। ( বেংকৰ ) 

৫। ________ বিত্তীয় প্ৰতিষ্ঠান বেংকৰ পৰা সম্পূৰ্ণ পৃথক হয় (অনা-বেংক)


B) চমু উত্তৰ দিয়া ( প্ৰতিটো উত্তৰৰ বাবে ৩ ৰ পৰা ৫ নম্বৰ

১। বিত্ত ।

২। বিত্তীয় বজাৰ ।

৩। মুদ্ৰা বজাৰ ।

৪। মূলধন বজাৰ । 

৫। আন্তঃবেংক মুদ্ৰা বজাৰ ।

৬। প্ৰতিভূতি বিনিময় । 

৭। বৈদেশিক মুদ্ৰা বজাৰ । 

৮। অনা-বেংক বিত্তীয় প্ৰতিষ্ঠান । 


C) বহলাই লিখা ( প্ৰতিটো উত্তৰৰ বাবে ৮নম্বৰৰ পৰা ১০ নম্বৰ )

১। বিত্তীয় বজাৰ বুলিলে কি বুজা ? বিত্তীয় বজাৰৰ প্ৰকাৰৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰঃ 

২। বিত্তীয় বজাৰ বুলিলে কি বুজা ? বিত্তীয় বজাৰৰ কাৰ্যাৱলী চমুকৈ লিখা ।

উত্তৰঃ

৩। মুদ্ৰা বজাৰ বুলিলে কি বুজা ? মুদ্ৰা বজাৰৰ উপাদানবোৰ উল্লেখ কৰা ।

উত্তৰঃ

৪।  মুদ্ৰা বজাৰ বুলিলে কি বুজা ? মুদ্ৰা বজাৰৰ কাৰ্যাৱলীবোৰ উল্লেখ কৰা । 

উত্তৰঃ

৫।  মুদ্ৰা বজাৰ বুলিলে কি বুজা ? মুদ্ৰা বজাৰৰ বৈশিষ্টবোৰ আলোচনা কৰা ।

উত্তৰঃ

৬।  মুদ্ৰা বজাৰ বুলিলে কি বুজা ? ভাৰতীয় মুদ্ৰা বজাৰৰ দুৰ্বলতাবোৰ উল্লেখ কৰা । 

উত্তৰঃ 

৭। মূলধন বজাৰ বুলিলে কি বুজা ?  ইয়াৰ শ্ৰেণীবিভাগ কৰা ।

উত্তৰঃ

৮। ভাৰতীয় মূলধন বজাৰৰ বৈশিষ্ট্যবোৰ কি কি ?  আলোচনা কৰা ।

উত্তৰঃ

৯। প্ৰতিভূতি বিনিময় বজাৰ বুলিলে কি বুজা ?  এই বজাৰৰ কাৰ্যাৱলীবোৰ উল্লেখ কৰা ।

উত্তৰঃ

১০। বৈদেশিক মুদ্ৰা বজাৰ কাক বোলে হয় ?  এই বজাৰ কেই প্ৰকাৰৰ বৰ্ণনা কৰা ।

উত্তৰঃ 

১১। অনা-বেংক বিত্তীয় প্ৰতিষ্ঠান বুলিলে কি বুজা ?  অনা-বেংক বিত্তীয় প্ৰতিষ্ঠানৰ বৈশিষ্ট্যবোৰ বৰ্ণনা কৰা ।

উত্তৰঃ


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Type: Krishna Bora