অধ্যায়-২ 

সংবিধান সভা আৰু সংবিধান ৰচনা

প্ৰশ্নাৱলী

১। ভাৰত সংবিধান ৰচনা সম্পৰ্কে এখন ৰচনা লিখা।

Write an essay on framing of Indian Constitution.

২। সংবিধান সভাৰ গঠন সম্পৰ্কে এটি টোকা লিখা।

Write a note the composition of the Constituent assembly.

৩। সংবিধান সভাৰ কাৰ্যপ্ৰণালীৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ আলোচনা কৰা।

৪। সংবিধান সভাৰ দূৰ্বলতাসমূহ কি কি? তুমি ইয়াক প্ৰতিনিধিত্বমূলক নিকায় বুলি ভাবানে?

What are the weakness of the Constituent Assembly? Do you think that it is a representative body?

৫। চমু টোকা লিখা (Write short notes on)ঃ

(a) কেবিনেট মিছনৰ পৰিকল্পনাৰ সংবিধান (Constituent Assembly of Cabinet Missions Plan)

(b) ভাৰতত সংবিধান সভাৰ আৰম্ভণি (Genesis of the Constituent Assembly in India)

(c) নেহৰুৰ প্ৰতিবেদন (Nehru's Report)

Type Himanku Bora