Chapter 6

মানসিক স্বস্থ্য আৰু স্বস্থ্যবিজ্ঞান (Mental Health and Mental Hygiene)

All Lesson Short Question and Answer Assamese Medium Education


(a) শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰা।

1. মানসিক স্বাস্থ্য ৰক্ষাই প্ৰয়োজনীয়তাসমূহৰ পূৰণৰ ওপৰত নিৰ্ভৰ কৰে।

উত্তৰঃ শুদ্ধ।

2. মানসিক স্বাস্থ্যবিজ্ঞানৰ লক্ষ্য হৈছে মানসিক স্বাস্থ্যৰ সংৰক্ষণ।

উত্তৰঃ শুদ্ধ।

3. মানসিক স্বাস্থ্য সামজিক মূল্যবোধ, আৰ্হি আৰু মানৰ লগত জড়িত।

উত্তৰঃ শুদ্ধ।

4. মানসিক স্বাস্থ্য হৈছে ব্য়ক্তিৰ পৰিবেশৰ লগত সমাযোজন কৰিম পৰা ক্ষমতা।

উত্তৰঃ শুদ্ধ।

5. মানসিক ৰোগৰ অনুপস্থিতি মানেই মানসিক স্বাস্থ্য।

উত্তৰঃ শুদ্ধ।

6. মানসিকভাৱে স্বাস্থ্যবিজ্ঞান হৈছে সমাপ্তি আৰু মানসিক  স্বাস্থ্য হৈছে উপায়।

উত্তৰঃ শুদ্ধ।

7. মানসিক স্বাস্থ্য হৈছে এক মনৰ স্থিৰ অৱস্থা।

উত্তৰঃ শুদ্ধ।

8. মানসিক স্বাস্থ্যৰ কাৰ্য হৈছে মানসিক স্বাস্থ্য ৰক্ষা।

উত্তৰঃ শুদ্ধ।

9. মানসিক স্বাস্থ্যবিজ্ঞান মানসিক ৰোগৰ প্ৰতিকাৰৰ লগত জড়িত।

উত্তৰঃ  শুদ্ধ।

10. মানসিক অসুস্থতাত বংশগতিৰ কোনো প্ৰভাৱ নাই।

উত্তৰঃ শুদ্ধ।

11. মানসিক স্বাস্থ্য হৈছে এটা আদৰ্শমূলক ধাৰণা।

উত্তৰঃ শুদ্ধ।

12. শাৰীৰিকভাৱে স্বাস্থ্যৱানজন মানসিকভাৱে সুস্থ  নহ'হও পাৰে।

উত্তৰঃ শুদ্ধ।

13. মানসিভাৱে স্বাস্থ্যৱান লোক এজনৰ এটা সুস্থিৰ ব্যক্তিত্ব থাকে।

উত্তৰঃ শুদ্ধ।

14. মানসিক সমাযোজন আৰু শাৰীৰিক স্বাস্থ্য মানসিক স্বাস্থ্যবিজ্ঞানৰ গুৰুত্ববিজ্ঞানৰ গুৰুত্বপূৰ্ণ চৰ্ত।

উত্তৰঃ শুদ্ধ।

15. মানসিকভাৱে স্বাস্থ্যৱান লোক আৱেগিকভাৱে সুস্থিৰ নহয়।

উত্তৰঃ শুদ্ধ।

16. এজন মানসিভাৱে স্বাস্থ্যৱান লোকে সমাজত ভালদৰে সমাযোজন কৰিব নোৱাৰিব পাৰে।

উত্তৰঃ অশুদ্ধ।  

17. মানসিক ৰোগবোৰ প্ৰতিকাৰমূলক।

উত্তৰঃ শুদ্ধ। 

(b)  খালী ঠাই পূৰণ কৰা।

1. মানসিক স্বাস্থ্যবিজ্ঞান হৈছে _______ৰ লগত সম্পৰ্ক আৰু _______ ৰ লগত সৰ্বনিম্ন সমাজোজন।

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞান মানসিক অসুস্থতা।

2. মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে মানসিক স্বাস্থ্যবিজ্ঞান হৈছে এক _________। 

উত্তৰঃ প্ৰক্ৰিয়া।

3. মানসিক ৰোগৰ প্ৰতিকাৰ কৰাই হৈছে মানসিক বিজ্ঞানৰ ______ কাৰ্য।

উত্তৰঃ প্ৰধন।

4. ব্যক্তিত্বৰ ______ বিকাশৰ বাবে মানসিক স্বাস্থ্যবিজ্ঞান সহায় কৰে।

উত্তৰঃ মানসিক।

5. মানসিক স্বাস্থ্যবিজ্ঞান হৈছে ______ আৰু মানসিক স্বাস্থ্য হৈছে ______।

উত্তৰঃ উপায়, সমাপ্তি।

6. ______ ত সমাজনৰ দ্বাৰা এজন ব্যক্তিৰ নামসিক স্বাস্থ্য নিৰ্ধাৰণ কৰা হয়।

উত্তৰঃ সমাজত।


(c) চমু উত্তৰ দিয়া (এটা বাক্যৰ ভিৰতৰ)

1. 'মানসিক স্বাস্থ্যবিজ্ঞান হৈছে এক বিজ্ঞান যি মানৱ কল্যাণ আৰু মানুহৰ লগত সম্পৰ্কিত সকলো ক্ষেত্ৰৰ লগত জড়িত'। এইষাৰ কোনে কৈছিল?

উত্তৰঃ ক্ৰো আৰু ক্ৰো। 

2. মানসিক স্বাস্থ্য শাৰীৰিক স্বাস্থ্যৰ নিচেই ওচৰৰ বিষয়'। কোনে এনেদৰে কৈছিল?

উত্তৰঃ প্ৰফেছাৰ হোমল।

3. 'মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক স্বাস্থ্য অটুট ৰখাত আৰু মানসিক ৰোগৰ  প্ৰতিৰোধকৰণত গুৰুত্ব দিয়ে'। এইষাৰ কোনে কৈছিল?

উত্তৰঃ হেড্ফিল্ড।




Type : Priyam Jyoti Patar