Sir Viv Richards
Sir Viv Richards

Sir Viv Richards: ছাৰ ভিভ ৰিচাৰ্ডছ জন্ম হৈছিল ১৯৫২ চনৰ ৭ মাৰ্চত মাহত ৱেষ্ট ইণ্ডিজত। তেখেতৰ শম্পূৰ্ণ নাম হৈছে আইজাক ভিভিয়ান আলেকজেণ্ডাৰ ৰিচাৰ্ডছ। তেখেতৰ পিতৃ নাম গ্ৰেটেল ৰিচাৰ্ডছ আৰু মাতকৃ নাম ছেইণ্ট জনছত ম্যালকম। ৰিচাৰ্ডছে কম বয়সতে ক্ৰিকেট প্ৰতি আগ্ৰহ আছিল। তেওঁৰ ভাতৃ মাৰ্ভিন আৰু ডনাল্ড, দুয়োজনে সৰুতে একেলগে ক্ৰিকেট খেলিছিল। তেখেতে মাত্ৰ ১৮  বছৰ বয়সত স্কুল এৰিছিল, আৰু ছেইণ্ট জনছৰ ডি'আৰ্চিৰ বাৰ এণ্ড ৰেষ্টুৰেণ্টত কাম কৰিছিল। আৰু সেই ৰেষ্টুৰেণ্টৰ গৰাকীয়ে তেওঁ ছেইণ্ট জনছ ক্ৰিকেট ক্লাব যোগদান কৰাইদিছিল। তাৰ পাছত তেওঁ ৰাইজিং চান ক্ৰিকেট ক্লাবত যোগদান কৰে, যাৰ সহায়ত তেওঁ বিদেশত খেলিবলৈ গৈছিল। কিংষ্টন, জামাইকা বনাম জামাইকাত কম্বাইণ্ড লীৱাৰ্ড আৰু ৱিণ্ডৱাৰ্ড দ্বীপপুঞ্জৰ হৈ ঘৰুৱা ৱেষ্ট ইণ্ডিয়ান শ্বেল শ্বিল্ডত খেলি তেওঁ দ্বিতীয় ইনিংছত সৰ্বাধিক ১৫ আৰু ৩২ ৰাণ সংগ্ৰহ কৰি নিজৰ দলৰ হৈ গধুৰ পৰাজয় ত ৰাখে।

Playing Test Match
Playing Test Match

           TYPE
HIRAK JYOTI BORA.