Trishul (ত্ৰিশূল)




ত্ৰিছুল হৈছে পশ্চিম কুমাউনৰ তিনিটা হিমালয় পৰ্বত শৃংগৰ এটা গোট। ইয়াৰ উচ্চতা হৈছে ৭১২০ মি. । ই উত্তৰাখণ্ডত অৱস্থিত। ই উত্তৰাখণ্ড সকলোতকৈ উচ্চ শূংগ।