Chapter 6


অৰ্থনৈতিক চতুৰ্থক পৰ্যায়ৰ কাৰ্য, বেহা-বেপাৰ আৰু বাণিজ্য

১। চমু উত্তৰ লিখা
১। বাণিজ্যৰ সৃষ্টি হ'বলৈ কেইটা কাৰ্য প্ৰয়োজন হ'য় আৰু কি কি?
উত্তৰঃ তিনিটা আৰু সেইকেইটা হ'লঃ যোগাযোগ, পথ আৰু পৰিবহন।

২। পৃথিৱীত থকা সকলো বস্তুৱেই কি?
উত্তৰঃ সম্পদ।

৩। পৃথিৱীত কেইবিধ বস্তু দেখা পোৱা যায় আৰু কি কি?
উত্তৰঃ দুবিধ আৰু সেইকেইবিধ হ'লঃ এবিধ হ'ল জড় আৰু আনবিধ হ'ল জীৱ।

৪। জড় সম্পদ বুলিলে কাক বুজোৱা হয়?
উত্তৰঃ জড়় সম্পদ বুলিলে পঞ্চটা বস্তুক বুজোৱা হয়।

৫। দেশীয় সম্পদ কাক বোলে?
উত্তৰঃ  এখন দেসৰ চাৰিসীমা ভিতৰত থকা সম্পদবোৰ সেই নিৰ্দিষ্ট দেশৰেই হ'ব। তাকেই দেশীয় সম্পদ বোলে।

৬। ৰাজ্যিক সম্পদ বা আঞ্চলিক সম্পদ কাক বোলো?
উত্তৰঃ এখন ৰাজ্য বা এটা অঞ্চলৰ অধীনত থকা সম্পদবোৰক ৰাজ্যিক সম্পদ বা আঞ্চলিক সম্পদ বোলে।

৭। প্ৰাকৃতিক সম্পদ কাক বোলে?
উত্তৰঃ প্ৰকৃতি বা ঈশ্বৰ সৃষ্ট সম্পদবোৰক প্ৰকৃতিক সম্পদ বোলে।

৮। মানৱ সৃষ্ট সম্পদ কাক বোলে?
উত্তৰঃ কোনো এটা বস্তু নতুনকৈ বনালে (ৰাস্তা, দলং) তাক মানৱ সৃষ্ট সম্পদ বোলে।

৯। বজাৰ স্থান কাক বোলে?
উত্তৰঃ বিক্ৰেটা আৰু ক্ৰেটাৰ মাজত যোগাযোগ আৰু বস্তুৰ আদান-প্ৰদান হোৱা ঠাইক বজাৰ স্থান বোলা হয়।

১০। স্থানৰ ওপৰত ভিত্তি কৰি বাণিজ্যিক কি কি ভাগত ভাগ কৰিব পাৰি?
উত্তৰঃ  স্থানৰ ওপৰত ভিত্তি কৰি বাণিজ্যিক ভাগ কৰিব পাৰি যেনেঃ দেশীয় ৰাজ্যিক, আঞ্চলিক, স্থানীয় আদি।

১১। আন্তৰ্জাতিক বাণিজ্য কাক বোলে?
উত্তৰঃ যিমানেই লাভ কৰিব পাৰি সিমানেই ভাল বাণিজ্য দেশবোৰ মাজত চলে। ইয়াক আন্তৰ্জাতিক দেশ বোলে।

১২। বিশ্বত কিমানৰ ওপৰত দেশ আছে?
উত্তৰঃ ২০০ ৰ ওপৰত।

১৩। অৰ্থনৈতিক উন্নতিৰ জোখত বিশ্বৰ দেশসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?
উত্তৰঃ তিনিটা ভাগত সেইকেইটা হ'লঃ উন্নত, উন্নয়নশীল আৰু অনুন্নত।

Type- Ishan dev Bora








Post ID :DABP005371