পৰিবহন


Chapter 5
১। চমু প্ৰশ্ন উত্তৰঃ
১।পৰিবহনৰ কাৰ্য মানে কি?
উত্তৰঃ পৰিবহনৰ কাৰ্য মানে হ'ল বস্ত্ৰ, মানুহ বা অন্য দ্ৰব্য এঠাইৰ পৰা আনঠাইলৈ কঢ়িয়াই নিয়া কাৰ্য।

২। পৰিবহনৰ উৎপত্তিৰ প্ৰধান কাৰণ কি?
উত্তৰঃ পৰিবহনৰ উৎপত্তিৰ প্ৰধান কাৰণ হ'ল মানুহৰ মাজত সংযোগ সৃষ্টি হোৱাটো অৰ্থাৎ যোগাযোগ।

৩। পৰিবহন মানে কি?
উত্তৰঃ পৰিবহন মানে হ'ল বস্তু বা মানুহক অনা-নিয়া কৰা কাৰ্য।

৪।যাতায়ত মানে কি?
উত্তৰঃ যাতায়ত মানে হ'ল অহা-যোৱা কৰা অৰ্থাৎ যোগাযোগ।

৫। পথ পৰিবহন কাক বোলে?
উত্তৰঃ স্থলমণ্ডলত চলা পৰিবহনক পথ পৰিবহন বোলা হয়।

৬। কোনটো পথ তেনেই ছুটি?
উত্তৰঃ ৰিজ্জু বা ৰছিৰ পথ তেনেই ছুটি।

৭। স্থলপথ কেইবিধ আৰু কি কি?
উত্তৰঃ স্থলপথ দুবিধ আৰু সেইকেইবিধ হ'ল এবিধ হ'ল মটৰ পথ আৰু আনবিধ হ'ল ৰেলপথ।

৮। কোনটো পথ আটাইতকৈ সুবিধাজনক আৰু কমখৰচী?
উত্তৰঃ জলপথটো।

৯। কি কাৰ্য কৰিবলৈ সম্পদৰ প্ৰয়োজন হ'য়?
উত্তৰঃ যিকোনো কাৰ্য কৰিবলৈ সম্পদৰ প্ৰয়োজন হয়।

১০। মানুহৰ প্ৰধান বৃত্তি কেইটা আৰু কি কি?
উত্তৰঃ তিনিটা আৰু সেইকেইটা হ'ল - সংগ্ৰাহক, কৃষি আৰু শিল্পকাৰ্য।

১১। আটাইবোৰ কাৰ্য কৰিবলৈ লওঁতে কেইটা বস্তুৰ অতি প্ৰয়োজন হয় কি কি?
উত্তৰঃ তিনিটা সেইকেইটা হ'লঃ ভূমি, শ্ৰম বা শ্ৰমিক, মূলধন, কাৰাখনাৰ সৰঞ্জাম আৰু বজাৰ।

১২। উদ্যোগৰ উন্নতি কাক বোলে?
উত্তৰঃ উদ্যোগৰ সহায়ত, উদ্যোগী চহৰ-লগৰে লয়। এই ধৰণে ঠাইখনৰ উন্নতি হ'বলৈ ধৰে আৰু ইয়াকেই উদ্যোগৰ উন্নতি বোলে।

Type- Ishan Dev Bora






Post ID :DABP005370