উদ্যমিতা আৰু অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মধ্যম প্ৰতিষ্ঠান

 অনুশীলনী

 ১ নং থকা প্রশ্নাৱালী

 ক ) তলৰ কোনটো চনত ভাৰতবৰ্ষত অতি ক্ষুদ্ৰ প্ৰতিষ্ঠানৰ আনুষ্ঠানিক সূত্র প্রণয়ন কৰা হয়— 

১ ) ২০০৬    ২ ) ২০০৭ 

৩ ) 2008  8 ) 2009 

(খ)অতি ক্ষুদ্র প্রতিষ্ঠান বিলাক আমাৰ দেশৰ তলৰ কোনটো প্ৰকৃতিৰ ব্যৱসায়িক খণ্ডঃ 

১ ) বৃহৎ প্ৰকৃতিৰ   ২ ) মজলিয়া প্ৰকৃতিৰ 

৩ ) আটাইতকৈ ক্ষুদ্ৰ প্ৰকৃতিৰ   ৪ ) কিছু সময় প্ৰকৃতিৰ  

 গ ) তলৰ কোনটো দৃষ্টিকোণৰ পৰা ভাৰতত অতি ক্ষুদ্র প্রতিষ্ঠান সমূহক সুত্রায়িত কৰা হয়ঃ 
২ ) বিনিয়োক   ১ ) বিনিয়োগ আৰু প্ৰত্যাৰ্পন 

৩ ) কেৰল প্ৰত্যাৰ্পন   ৪ ) ওপৰৰ এটাও নহয়

ঘ ) ভাৰতবৰ্ষত অতি ক্ষুদ্র প্রতিষ্ঠানত পৰিমাণৰ পুজিক ধৰা হয়—

 ১ ) ২ কোটি     (২) ১ কোটি 

৩ ) ১.৫ কোটি    (৪ ) ১.৬ কোটি

 যন্ত্রপাতি আৰু আচবাবপত্ৰত সৰ্বোচ্চ বিনিয়োগৰ সীমা তলৰ কিমন 

 (ঙ) ভাৰতবৰ্ষৰ কিমান শতাংশ ব্যৱসায়িক প্রতিষ্ঠান পৰিয়ালৰ দ্বাৰা অধিকৃত বুলি কোৱা হয় ।

 1 ) 90 %    (2 ) ৮০ 

(৩)৭০ %  8 ) ৭৫ %

(চ) তলত দিয়া কোনটো তাৰিখত এম এচ এম ই এক্ট ২০০৬ খন কাৰ্যকৰী কৰা হয় । 

 (১) ১ লা অক্টোবৰ ২০০৬ (২ ) ২ য় অক্টোবৰ ২০০৬ 

(৩ ) ৩ য় অক্টোবৰ ২০০৬ (৪ ) ৪ র্থ অক্টোবৰ ২০০৬ 

(ছ) অতি ক্ষুদ্র প্রতিষ্ঠানত উচ্চ হাৰৰ বিনিয়োগ কৰাৰ আৱশ্যক । ( সঁচা / মিছা ) 

উত্তৰঃ

জ ) তলৰ কোনটো কাৰক পৰিয়ালকেন্দ্ৰীক ব্যৱসায়ৰ মাজত হোৱা বিবাদৰ হেতু : 

১ ) লিংগ বিবাদ ২ ) প্রজন্ম কেন্দ্রীক বিবাদ ৩ ) অযুক্তিকৰ ক্ষতি পুৰণৰ গাঁথনি ( ৪ ) ওপৰৰ আটাইবোৰ 

(ঋ) তলৰ কোনটো ব্যৱসায়িক প্ৰতিষ্ঠানৰ ২০১৯ ৰ তথ্য মতে আটাইতকৈ বেছি কৰ্ম সংস্থানৰ ব্যৱস্থা আছেঃ

 ১ ) টাটা গ্রুপ ২ ) এচকোর্ট গ্রুপ ৩ ) বিৰলা গ্রুপ ৪ ) আদানি গ্রুপ  

(ঞ) তলৰ কোন গৰাকী ভাৰতৰ দলিত উদ্যমীঃ 

১ ) কলগ মৰোজ  ২ ) হৰ্ষ ভাস্কাৰ  

৩ ) বালু   ৪ ) ওপৰৰ আটাইবোৰ

২ নং থকা প্রশ্নাৱালী 

১ ) অতি ক্ষুদ্র প্রতিষ্ঠানৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ 

২ ) অতি ক্ষুদ্ৰ প্ৰতিষ্ঠানৰ যৌক্তিকতা বিচাৰ কৰা ২ টা হেতু লিখা । 

উত্তৰঃ

(৩) সমষ্টি / দলৰ ধাৰণা দিয়া ৷ 

উত্তৰঃ

 ৪ ) ৫ ) ক্ষুদ্র উদ্যোগ ক্ষেত্ৰৰ ২ টা বৈশিষ্ট্য লিখা । 

উত্তৰঃ

(৫)ভাৰতবৰ্ষৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ দুটা সমস্যা উল্লেখ কৰা।

উত্তৰঃ 

(৬)ক্ষুদ্ৰ উদ্যোগৰ সমস্যা সমাধানৰ ২ টা পৰামৰ্শ দিয়া । 

উত্তৰঃ

৭) ভাৰতীয় অর্থনীতিত ব্যৱসায়িক গোষ্ঠীৰ ২ টা ভূমিকা লিখা । 

উত্তৰঃ

৮ ) ব্যৱসায়িক দল / গোষ্ঠীৰ ২ টা কাৰ্য্য উল্লেখ কৰা । 

উত্তৰঃ

৯ ) ভাৰতৰ শীৰ্ষ ২ টা ব্যৱসায়িক গোষ্ঠীৰ নাম লিখা । 

উত্তৰঃ

১০ ) ব্যৱসায়িক গোষ্ঠীৰ দুটা ভূমিকা উল্লেখ কৰা ।

উত্তৰঃ

 ১১ ) পৰিয়ালকেন্দ্ৰিক ব্যৱসায়ৰ সংজ্ঞা লিখা ।

উত্তৰঃ

 ১২ ) পৰিয়ালকেন্দ্ৰিক ব্যৱসায়ৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ

 ১৩ ) ভাৰতৰ দুজন দলিত সম্প্ৰদায়ৰ নাম উল্লেখ কৰা ৷

উত্তৰঃ

 ১৪ ) পৰিয়ালকেন্দ্ৰিক বিবাদৰ দুটা হেতু লিখা ।

উত্তৰঃ

১৫ ) পৰিয়ালকেন্দ্ৰিক ব্যৱসায়ৰ বিবাদ মীমাংসাৰ দুটা মাধ্যম উল্লেখ কৰা ।

উত্তৰঃ

 ৫ নং থকা প্রশ্নাৱালী 

১) অতি ক্ষুদ্ৰ , ক্ষুদ্ৰ আৰু মধ্যম ( মজলীয়া ) প্ৰতিষ্ঠানৰ ধাৰণা লিখা । 

উত্তৰঃ

২) এম এচ এম ই আইন ২০০৬ ৰ অধীনত ক্ষুদ্র প্রতিষ্ঠানৰ শ্রেণী বিভাজন প্ৰদৰ্শন কৰা ।

উত্তৰঃ 

৩ ) ক্ষুদ্র উদ্যোগত ক্ষেত্ৰৰ ৫ টা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ

8 ) ভাৰতবৰ্ষৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ৫ টা সমস্যা লিখা ।

উত্তৰঃ 

৫) ব্যৱসায়িক দল / গোষ্ঠীৰ কাৰ্য্যাৱলী ৫ টা লিখা । 

উত্তৰঃ

৬) পৰিয়ালকেন্দ্ৰিক ব্যৱসায়ৰ অৰ্থ লিখা । এই ব্যৱসায়ৰ ৪ টা বৈশিষ্ট্য লিখা ।

উত্তৰঃ 

 ৭ ) পৰিয়াল কেন্দ্ৰীক বিবাদৰ বিভিন্ন প্ৰকাৰসমূহ উল্লেখ কৰা । 

উত্তৰঃ

(৮) পৰিয়াল কেন্দ্ৰীক বিবাদৰ ৫ টা হেতু লিখা ।

উত্তৰঃ 

৯ ) পৰিয়ালকেন্দ্ৰীক বিবাদ বুলিলে কি বুজা ? এই বিবাদ মীমাংসাৰ ৪ টা পৰামৰ্শ আগবঢ়োৱা । 

উত্তৰঃ

১০ ) অতি ক্ষুদ্ৰ , ক্ষুদ্ৰ আৰু মধ্যম ব্যৱসায়ৰ আৰম্ভণি পৰ্যায়ৰ তলৰ অনুষ্ঠানীয় ব্যক্তিৰ বিষয়ে কি জনা লিখা— 

খ ) হৰ্ষ ভাস্কৰ    ক ) কীশোৰ বিয়নি 

১০ নং থকা প্ৰশ্নাৱালী  

১ ) ভাৰতীয় দৃষ্টিকোণৰ পৰা অতি ক্ষুদ্ৰ প্ৰতিষ্ঠানৰ ধাৰণা দিয়া । উক্ত প্রতিষ্ঠানৰ বৈশিষ্ট্য সমূহ উল্লেখ কৰা ।

উত্তৰঃ

২) ক্ষুদ্ৰ ব্যৱসায়ৰ শ্ৰেণী বিভাজন দেখুওৱা । ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ভূমিকা সমূহ চমুকৈ বৰ্ণনা কৰা । 

উত্তৰঃ

৩) ভাৰতবৰ্ষত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডই সন্মুখীন হোৱা ভূমিকা সমূহ আলোচনা কৰা । 

উত্তৰঃ

8 ) আমাৰ দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ পাঁচটা সমস্যা উল্লেখ কৰি তাৰ সমাধানাৰ্থে গাটো পৰামৰ্শ লিখা । 

উত্তৰঃ

(৫) সমষ্টি / দলৰ সূত্ৰ লিখা । আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দলৰ শ্রেণী বিভাজন দেখুওৱা ।

উত্তৰঃ

 ৬ )ব্যৱসায়িক দল / গোষ্ঠীৰ কাৰ্যাৱলীসমূহ আলোচনা কৰা । 

উত্তৰঃ

  ৭ ) ভাৰতবৰ্ষৰ যিকোনো ১০ টা শীৰ্ষ ব্যৱসায়িক গোষ্ঠীৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ

৮ ) ভাৰতবৰ্ষৰ ব্যৱসায়িক গোষ্ঠীসমূহৰ ভূমিক বৰ্ণনা কৰা । 

উত্তৰঃ

 ৯ ) ভাৰতৰ পৰিয়ালকেন্দ্ৰিক ব্যৱসায়ৰ ধাৰণা আৰু সূত্ৰ লিখা । পৰিয়ালকেন্দ্ৰিক ব্যৱসায়ৰ প্ৰধান বৈশিষ্ট্য সমূহ উল্লেখ কৰা ৷

উত্তৰঃ

 ১০ ) পৰিয়ালকেন্দ্ৰিক ব্যৱসায়ৰ অন্তর্নিহিত কাৰণবোৰ উল্লেখ কৰা । পৰিয়ালকেন্দ্ৰিক ব্যৱসায়ৰ বিবাদ মীমাংসাৰ পদ্ধতিসমূহ উল্লেখ কৰা। 

উত্তৰঃ


type: krishna Bora