Jadukori Assamese Song | Mrityunjoy Kakati New Assamese Song | জাদুকৰি Assamese Song 2021 | অসমীয়া গান | 




Song: Jadukori (জাদুকৰি)

Singer: Mrityunjoy Kakati

Music: 

Lyrics: Mrityunjoy Kakati

Composition & Backing vocals : 

Music: 

Flute: 

Mixed-Mastered: 

Visualizer: 



Lyrics:


যাদুকৰি


উজাগৰী নিশাটি আজি দেখোন শুৱনি

তুমি আছা মোৰে কাষতে

হৃদয়ৰে বাতৰি হ'ব আজি সলনি

ৰাখিম উমাল বুঁকুৰ মাজতে

জোনাকীয়ে লাজতে খিৰিকিৰে উভতে

সাবতি তোমাক লোৱা দেখি

মৰমৰ বুলনিত মন মোৰ বাউলী

চাৱনি তোমাৰ যাদুকৰি

চাৱনি তোমাৰ যাদুকৰি

চাৱনি তোমাৰ যাদুকৰি


Baby all the time that you spend in my mind

I've been trying to take control now

Sketching the things that I see in my brain

All you gotta do is come over


একুৰা অগনি দেহাৰে ভাঁজতে

মতলীয়া দুয়ো দুয়োৰে নিচাতে

দুদিনীয়া জীৱনৰ এই মায়াতে 

বান্ধি ৰাখিবা মোক হিয়াতে গোপনে

অবচেতন মনটোছোন তোমাৰেই ছবি ভাঁহে 

আজি নিশা বুজি পালোঁ তমসাও ভাল লাগে

জোনাকীয়ে লাজতে খিৰিকিৰে উভতে

সাবতি তোমাক লোৱা দেখি

মৰমৰ বুলনিত মন মোৰ বাউলী

চাৱনি তোমাৰ যাদুকৰি

চাৱনি তোমাৰ যাদুকৰি

চাৱনি তোমাৰ যাদুকৰি





Post ID : DABP005403