Chapter 4

ভাৰতবৰ্ষত শিক্ষকৰ শিক্ষাৰ স্থানঃ ধাৰা, বিষয় আৰু প্ৰত্যাহ্বানসমূহ

I. অতি চমু উত্তৰৰ প্ৰশ্ন (Questions of very Short Answer) :

১। কৌশলভিত্তিক শিক্ষকৰ শিক্ষা কাক বোলে? 

What is skill based teacher education?

উত্তৰঃ

২। কৌশলভিত্তিক শিক্ষকৰ শিক্ষাৰ এটা সংজ্ঞা দিয়া। 

Give a difinition on skill based teacher education.

উত্তৰঃ

৩। সামর্থ্যভিত্তিক শিক্ষকৰ শিক্ষা বুলিলে কি বুজা? 

What do you mean by competency based teacher education?

উত্তৰঃ 

৪। সামর্থ্যভিত্তিক শিক্ষকৰ শিক্ষণৰ এটা সংজ্ঞা লিখা। 

Write a definition on competency based teacher education. 

উত্তৰঃ 

৫। অণু শিক্ষণ কাক বোলে।

What is micro-teaching?

উত্তৰঃ 

৬। অণুশিক্ষণৰ লগত জড়িত কেইগৰাকীমান শিক্ষাবিদৰ নাম লিখা।

Write the name of some educationists related with micro-teaching. 

উত্তৰঃ 

৭। অনুকৰণীয় সামাজিক দক্ষতাৰ প্ৰশিক্ষণ কি?

What is Simulated Social Skill Training? (SSST)

উত্তৰঃ 

৮। SSST ধাৰণাটোক বিকাশ কৰি তোলা শিক্ষাবিদ গৰাকীৰ নাম লিখা। 

Write name of educationist who developed the concept of SSST. 

উত্তৰঃ 

৯। অণুশিক্ষণৰ সংজ্ঞা দিয়া।

Give a definition of micro teaching. 

উত্তৰঃ 

II. চমু উত্তৰৰ প্ৰশ্ন (Questions of Short Answer) :

১। অণুশিক্ষণৰ স্তৰসমূহ উল্লেখ কৰা। 

Mention the stages of micro-teaching.

উত্তৰঃ 

২। আন্তঃক্রিয়া বিশ্লেষণ বুলিলে কি বুজা? 

What do you mean by Interaction Analysis?

উত্তৰঃ 

৩। অণুশিক্ষণৰ উপাদানসমূহ লিখা।

Write the elements of micro teaching. 

উত্তৰঃ 

৪। শিক্ষাদানৰ যোগ্যতা বুলিলে কি বুজা?

What do you mean by teaching empetncy?

উত্তৰঃ 

৫। শিক্ষা কৌশলৰ উপাদানসমূহ উল্লেখ কৰা।

Mention the component of teaching skill

উত্তৰঃ 

৬। অনুভূতি সামর্থ্য কি? 

What is affective empitincy?

উত্তৰঃ 

৭। SSST ৰ সীমাবদ্ধতাবোৰ লিখা।

Write the limitations of SSST.

উত্তৰঃ 

৮। ফ্ৰেনদাৰ্চৰ ৪ টা মৌলিক ধাৰণা লিখা। 

Write four basic assumptions of Flander.

উত্তৰঃ 

III. দীঘল উত্তৰৰ প্ৰশ্ন (Questions of long Answer) :

১। অণু শিক্ষণৰ সুবিধা আৰু অসুবিধাসমূহ লিখা। 

Write the advantages and disadvantages of micro teaching.

উত্তৰঃ 

২। শিক্ষাদানৰ যোগ্যতা কিদৰে উন্নত কৰিব পাৰি?

How can teaching competineris be developed? 

উত্তৰঃ 

৩। এগৰাকী শিক্ষকৰ প্ৰয়োজনীয় গুণাৱলীসমূহ লিখা। 

Write qualities of a teacher.

উত্তৰঃ 

৪। আন্তঃক্রিয়া বিশ্লেষণ কি? শিক্ষকৰ শিক্ষাত আন্তঃক্রিয়া বিশ্লেষণৰ গুৰুত্বৰ বিষয়ে লিখা। 

What is interaction analysis? Write about the importance of interaction analysis in teacher education.

উত্তৰঃ 

৫। ফ্লেনদাৰচৰ আন্তঃক্রিয়া বিশ্লেষণৰ ধাৰণাটো ব্যাখ্যা কৰা। 

Explain the concept of Flanders Interaction Analysis. 

উত্তৰঃ 

৬। অডুকৰণীয় সামাজিক দক্ষতাৰ প্ৰশিক্ষণ সম্পর্কে লিখা।

Write about SSST.

উত্তৰঃ 

৭। SSSTৰ সুবিধা আৰু সীমাবদ্ধতাবোৰ লিখা। 

Write the advantages and limitations of SSST.

উত্তৰঃ 

৮। ভাৰতবৰ্ষৰ শিক্ষকৰ শিক্ষাত থকা সমস্যাবোৰ আলোচনা কৰা। 

Discuss the problems of teacher education in India.

উত্তৰঃ 

৯। শিক্ষণ কৌশলৰ উপাদানসমূহৰ বিষয়ে আলোচনা কৰা।

Discuss the components of teaching skills.

উত্তৰঃ 

১০। শিক্ষকৰ সামর্থ্যৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পর্কে লিখা। 

Write about the need and importance of teachers competency.

উত্তৰঃ 

১১। শিক্ষক শিক্ষাৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰম কাঠামো ২০০৯ প্রধান বৈশিষ্ট্যবোৰ লিখা। 

Write the characteristics of NCFTE 2009.

উত্তৰঃ 

১২। শিক্ষকৰ শিক্ষাৰ ক্ষেত্ৰত থকা সমস্যাবোৰ সমাধানৰ বাবে পৰামৰ্শ আগবঢ়োৱা। 

Give some measures to solve the problems of teacher education.

উত্তৰঃ 

Questions Type- Ikhant Bora.........


Post ID :DABP003295