Chapter 3

ভাৰতবৰ্ষত শিক্ষকৰ শিক্ষাৰ সাংগঠনিক দিশ আৰু সংগঠনসমূহ

(Structure Organisation of Teacher Education in India)

I. অতি চমু ুউত্তৰৰ প্ৰশ্ন (Question of very Short Answer):

১। BTC ৰ সম্পূৰ্ণ আকাৰটো কি?

What is the full from of BTC?

উত্তৰঃ

২। বুনিয়দী প্ৰশিক্ষণ কেন্দ্ৰৰ যিকোনো এটা উদ্দেশ্য লিখা।

Write any one objective of Basic Training Centre.

উত্তৰঃ

৩। বুনিয়দি প্ৰশিক্ষণ কেন্দ্ৰৰ যিকোনো এটা মূল কাৰ্য লিখা।

Write any one function of Basic Training Centre.

উত্তৰঃ

৪। DIET ৰ সম্পূৰ্ণ ৰূপটো কি?

What is t full from of DIET?

উত্তৰঃ 

৫। DIETৰ যিকোনো এটা উদ্দেশ্য লিখা। 

Write any one objective of DIET.

উত্তৰঃ 

৬। DIETৰ যিকোনো এটা মূল কার্য লিখা। 

Write any one function of DIET.

উত্তৰঃ 

৭। SCERT ৰ সম্পূৰ্ণ ৰূপটো লিখা। 

Write the full form of SCERT.

উত্তৰঃ 

৮। SCERT ৰ যিকোনো এটা উদ্দেশ্য লিখা। 

Write any one objective of SCERT.

উত্তৰঃ 

৯। SCERT ৰ যিকোনো এটা মূল কার্য লিখা। 

Write any one main function of SCERT.

উত্তৰঃ 

১০। অসমত ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ কেতিয়া গঠন কৰা হৈছিল? 

When State Council of Educational Research and Training was established in Assam?

উত্তৰঃ 

১১। NCERT ৰ সম্পূৰ্ণ ৰূপটো লিখা। 

Write the full form of NCERT.

উত্তৰঃ 

১২। NCERT কোন চনত গঠন কৰা হৈছিল? 

When NCERT was constituted?

উত্তৰঃ 

১৩। NCERTৰ যিকোনো এটা উদ্দেশ্য লিখা।

Write any one objective of NCERT. 

উত্তৰঃ 

১৪। NCERTৰ যিকোনো এটা কার্য লিখা।

Write any one function of NCERT.

উত্তৰঃ 

১৫। NCTEৰ সম্পূৰ্ণ ৰূপটো কি? 

What is the full form of NCTE?

উত্তৰঃ 

১৬। NCTEৰ মুখ্য কার্যালয় ক’ত অৱস্থিত? 

Where the main office of NCTE is located?

উত্তৰঃ 

১৭। NCTEৰ যিকোনো এটা মুখ্য কার্য লিখা। 

Write any one main function of NCTE.

উত্তৰঃ 

১৮। CIETৰ সম্পূৰ্ণ ৰূপটো লিখা। 

Write the full form of CIET.

উত্তৰঃ 

১৯। NUEPA ৰ সম্পূৰ্ণ ৰূপটো লিখা। 

Write the full form of NUEPA.

উত্তৰঃ 

২০। NUEPA ৰ যিকোনো এটা উদ্দেশ্য লিখা। 

Write any one objective of NUEPA.

উত্তৰঃ

২১। NUEPA ৰ যিকোনো এটা কাৰ্য লিখা।

Write any one function of NUEPA.

উত্তৰঃ

II. চমু উত্তৰৰ প্ৰশ্ন (Questions of Short Answer) :

১। বুনিয়াদী প্রশিক্ষণ কেন্দ্ৰৰ উদ্দেশ্য লিখা।

Write the aims and objectives of Basic Training Centre. 

উত্তৰঃ

২। বুনিয়াদী প্রশিক্ষণ কেন্দ্ৰৰ কাৰ্যৰ বিষয়ে লিখা।

Write about the function of Basic Training Centre.

উত্তৰঃ

৩। DIET ৰ কাৰ্যৰ বিষয়ে লিখা।

Write about the function of DIET. 

উত্তৰঃ

৪। SCERTৰ উদ্দেশ্যসমূহৰ বিষয়ে লিখা।

Write abut the aims and objectives of SCERT.

উত্তৰঃ

৫। SCERTৰ কাৰ্যসমূহৰ বিষয়ে লিখা।

Write about the functions of SCERT.

উত্তৰঃ

৬। অসমত SCERTৰ যিকোনো তিনিটা উদ্দেশ্য লিখা।

Write any three objectives of SCERT in Assam.

উত্তৰঃ

৭। NCERT ৰ উদ্দেশ্যসমূহ লিখা। 

Write the objectives of NCERT.

উত্তৰঃ

৮। NCERTৰ পাঁচটা মুখ্য কাৰ্যৱলী লিখা। 

Write five main function of NCERT.

উত্তৰঃ

৯। NCTE ৰ উদ্দেশ্যসমূহৰ বিষয়ে লিখা। 

Write about the objectives of NCTE.

উত্তৰঃ

১০। NCTEৰ যিকোনো পাঁচটা কার্যবলী লিখা। 

Write any five functions of NCTE.

উত্তৰঃ

১১। ভাৰতবৰ্ষত আঞ্চলিক শিক্ষা মহাবিদ্যালয়ৰ লক্ষ্যসমূহৰ বিষয়ে লিখা। 

Write about the aim and objectives of Regional Colleges of Education in India.

উত্তৰঃ

III. দীঘল উত্তৰৰ প্রশ্ন (Questions of Long Answer) :

১। জিলা শৈক্ষিক প্রশিক্ষণ প্ৰতিষ্ঠানৰ বিষয়ে আলোচনা কৰা। 

Discuss about District Institute of Education and Training.

উত্তৰঃ

২। বুনিয়াদী প্রশিক্ষণ কেন্দ্ৰৰ বিষয়ে আলোচনা কৰা। 

Discuss about the Basic Training Centre.

উত্তৰঃ

৩। জিলা শৈক্ষিক প্রশিক্ষণ প্ৰতিষ্ঠানৰ বিষয়ে আলোচনা কৰা। 

Discuss about District Institute of Education and Training.

উত্তৰঃ

৪। ৰাজ্যিক শিক্ষা গৱেষনা আৰু প্ৰশিক্ষণ পৰিষদৰ বিষয়ে আলোচনা কৰা। 

Discuss about State Council of Educational Research and Training.

উত্তৰঃ

৫। অসমত ৰাজ্যিক শিক্ষা গৱেষনা আৰু প্ৰশিক্ষণ পৰিষদৰ কাৰ্যাৱলী আলোচনা কৰা। 

Discuss about functions of State Council of Educational Research and Training in Assam.

উত্তৰঃ

৬। ৰাষ্ট্ৰীয় শিক্ষা গৱেষনা আৰু প্ৰশিক্ষন পৰিষদৰ বিষয়ে লিখা। 

Write about the National Council of Educational Research and Training

উত্তৰঃ

৭। শিক্ষক শিক্ষাৰ ৰাষ্ট্ৰীয় পৰিষদৰ কাৰ্যাৱলীসমূহ কি কি? 

What are the functions of NCTE?

উত্তৰঃ

৮। কেন্দ্রীয় শৈক্ষিক প্রযুক্তিবিদ্যা প্রতিষ্ঠানৰ বিষয়ে আলোচনা কৰা। 

Discuss about the Central Institute of Educational Technology.

উত্তৰঃ

৯। শৈক্ষিক পৰিকল্পনা আৰু প্ৰশাসনৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ মূল উদ্দেশ্য আৰু কাৰ্যসমূহ কি কি? 

What are the objectives and functions of NUEPA.

উত্তৰঃ

১০। ভাৰতবৰ্ষৰ আঞ্চলিক শিক্ষন মহাবিদ্যালয় আৰু এইবোৰৰ কাৰ্যসমূহ আলোচনা কৰা। 

Discuss about the Regional Colleges of Education in India and their functions.

উত্তৰঃ 

Questions Type- Ikhant Bora....


Post ID : DABP003294