Chapter 10 

অনুশীলনী-১০ (গ)

১।        গণনা কৰা



            ইয়াক ৭ টা ভাগত সমানে ভাগ কৰা। তাৰে তিনি ভাগত ৰং কৰা। কিমানটাত ৰং কৰিলা?

২।        এটা খৰাহীত ২০ টা কল আছে। তাৰে  অংশ পকা। পকা কল কেইটা আছে?

৩।       এটা শ্ৰেণীত ৩৬ জন ছাত্ৰ-ছাত্ৰী আছে। তাৰে  অংশ ছাত্ৰী। ছাত্ৰৰ সংখ্য়া কিমান হ?

৪।        মাৰ্বল আছে ২০ টা। তাৰে এক চতুৰ্থাংশ সেউজীয়া। কিমানটা সেউজীয়া মাৰ্বল আছে?      কিমানটা সেউজীয়া নোহোৱা মাৰ্বল আছে?

কাৰ্যকলাপঃ 

৫।       সামগ্ৰী সমূহৰ দামৰ তালিকাখন চোৱা

সামগ্ৰী

দাম টকাত (প্ৰতি কিঃগ্ৰাঃ)

আলু

পিয়াজ

বিলাহী

গাজৰ

ওলকবি

বন্ধাকবি

২০

২৪

৩০

২০

১৬

১০

উত্তৰ কৰাঃ

            ক) ২ কিলগ্ৰাম আলুৰ দাম কিমান?

            খ) আধা কিলগ্ৰাম বিলাহীৰ দাম কিমান?

            গ)  কিলগ্ৰাম গাজৰৰ দাম কিমান?

            ঘ) এটা বন্ধাকবিৰ ওজন  কিলগ্ৰাম। বন্ধা কবিটোৰ দাম কিমান?

            ঙ) ই কিল’গ্ৰাম পিয়াজৰ দাম বেছি নে ১ কিল’গ্ৰাম বন্ধা কবিৰ দাম বেছি?

            চ) তুমি ১০০ টকা লৈ বজাৰলৈ গ’লা ৷ আটাই কেইবিধ সামগ্রী কিনি আনিলা । প্রতিবিধ                         সামগ্রী কিমান কিমান কিনিব পাৰিবা। এখন তালিকা তৈয়াৰ কৰা। (উত্তৰ ভিন ভিন হ’ব                       পাৰে) (এক কিল’গ্রাম = ১০০০ গ্রাম)

৬।       এক লিটাৰ গাখীৰৰ দাম ৪৮ টকা। লীলাই আধা লিটাৰ গাখীৰ কিনিলে। মীনাই এক                               পোৱা অৰ্থাৎ ২৫০ মিলি লিটাৰ গাখীৰ কিনিলে ৷ ৰীণাই এক পোৱা অৰ্থাৎ ২৫০ মিলি       লিটাৰ             গাখীৰ কিনিলে। তিনিও মিলি মুঠতে কিমান টকা দোকানীক দিলে?

(২৫০ মিলি লিটাৰ ১ লিটাৰৰ অংশ)

কার্যকলাপঃ

৭।        মিটাৰ স্কেল ব্যৱহাৰ কৰি এক মিটাৰ জোখৰ ৰছী এডাল কাটি উলিওৱা। কাটি উলিওৱা      ৰছী              টুকুৰাত এটা মূৰৰ পৰা ২ মিটাৰ জুখি এটা দাগ দিয়া । আকৌ সেই একে মূৰৰ পৰা ৪ মিটাৰ                     জুখি আন এটা দাগ দিয়া। দাগ দুটাৰ মাজৰ অংশৰ দীঘ জুখি কিমান পালা।

(১ মিটাৰ = ১০০ ছে.মি.)



Type Bikash Bora