Chapter 4

অনুশীলনী ৪ (খ) 

১। ৩০ টা কলমৰ দাম ৭৫০ টকা। এটা কলমৰ দাম নির্ণয় কৰা ।

২। এজন মানুহে ৩০ দিন কাম কৰি ১৮০০০ টকা পায়। এদিন কাম কৰি কিমান টকা পাব?

৩। ১২ খন কিতাপৰ দাম ৭৮০ টকা। এখন কিতাপৰ দাম নির্ণয় কৰা ।

৪। এটা টেমাত ২৪ টা চকলেট ভৰাব পাৰি। ১২৯৬ টা চকলেট ভৰাবলৈ কেইটা টেমা লাগিব?

৫। কৰণে বাগিছাৰ পৰা ৫৭৬ টা নেমু চিঙিলে৷ বজাৰত বিক্ৰী কৰিবৰ বাবে ৪৮ টাকৈ নেয় টুকুৰিত ভৰালে। কিমানটা টুকুৰি বজাৰত বিক্ৰি কৰিবলৈ লৈ গ'?

৬। ১৩ জন মাছমৰীয়াই মাছ বিক্ৰী কৰি ৯৭৫০ টকা উপাৰ্জন কৰিলে। তেওঁলোকে গাইপাতি কিমানকৈ উপাৰ্জন কৰিলে ?

৭। এটা টেংকিত ৭০০ লিটাৰ পানী আছে। এটা বাল্টিত ২৫ লিটাৰ পানী ভৰাব পাৰি । টেংকিটো সম্পূৰ্ণ পানীখিনি ভৰাবলৈ কিমানটা বাল্টিৰ প্ৰয়োজন হ’ব?

Type Bikash Bora  




Post ID : DABP004113