অনুশীলনী-4( C)
1) চিত্ৰৰ সহায়ত সংখ্যাবোৰ যুগ্ম নে অযুগ্ম নিৰ্ণয় কৰা-
সংখ্যা চিহ্ন যোৰ-টা যুগ্ম/অযুগ্ম
সংখ্যা |
চিহ্ন |
যোৰ-টা |
যুগ্ম/অযুগ্ম |
11 |
(**)
(**) (**) (**) (**) * |
5 যোৰ-1
এটা |
অযুগ্ম |
16 |
|
|
|
20 |
|
|
|
27 |
|
|
|
54 |
|
|
|
2) বিভাজ্যতাৰ নিয়মেৰে যুগ্ম-অযুগ্ম নিৰ্ণয় কৰা-
102,244, 311,928,1012,1051,245730,9729935
3) এককৰ স্থানত চাই যুগ্ম-অযুগ্ম নিৰ্ণয় কৰা-
54,82,97,85,101,203013,93250,43216,329818, 6009
4) চিত্ৰ চাই উত্তৰ কৰা-
5. দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল কি হ’ব লিখা-
5+6=_____
3+4=____
7+8=____
16+17=____
56+57=____
101+102=____
26+____=_____
____+______=_____
____+_____=_____
6. নিৰ্দেশ দিয়া ধৰণে বাকচত সংখ্যা বহুৱাই পৰীক্ষা কৰা-
7. বিচৰা মতে উত্তৰ দিয়া
a) এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো কি?
b) দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যাটো কি?
c) যোৱা এসপ্তাহত তোমালোকৰ থকা মুঠ ছাত্ৰ-ছাত্ৰীক যোৰ যোৰকৈ ভাগ কৰিলে উপস্থিত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যুগ্ম(যোৰ)নে অযুগ্ম (বিযোৰ)লিখাঁ।
d) 175 টা কমলা সমানে দুভাগ কৰিব পাৰি নে? কমলাৰ সংখ্যাটো যুগ্ম নে অযুগ্ম ?
e) 789 ৰ লগত 23 যোগ কৰি পোৱা সংখ্যাটো যুগ্ম নে অযুগ্ম?
8) উপযুক্ত
উদাহৰণৰ সহায়ত সত্যতা নিৰুপন কৰা (উদাহৰন কমেও পাঁচটা প্ৰয়োজন।)
i)যুগ্ম
সংখ্যা+যুগ্ম সংখ্যা = যুগ্ম
সংখ্যা।
ii) অযুগ্ম+অযুগ্ম= অযুগ্ম।
iii) যুগ্ম+অযুগ্ম = অযুগ্ম
9) খেলো
আহা-
a) 1ৰ পৰা 9 লৈ সংখ্যা কৈইটা ব্যৱহাৰ কৰি তলৰ মেজিক বৰ্গটো পূৰোৱা আছে। যাতে সকলো দিশতে তিনিটা সংখ্যাৰ যোগফল 15 হয়।
B) 2 ৰ
পৰা 18 লৈ যুগ্ম সংখ্যাকেইটা ব্যৱহাৰ কৰি তলৰ মেজিক বৰ্গটো পূৰোৱা।সকলো দিশৰ যোগফল
কিমান? যুগ্ম নে অযুগ্ম?
|
|
4 |
6 |
|
|
16 |
|
12 |