পাণ্ডু কাৰ ভায়েক আছিল আৰু তেওঁৰ পত্নী কেইগৰাকী আছিল?

উত্তৰঃ পাণ্ডু ধৃতৰাষ্ট্ৰৰ ভায়েক আছিল আৰু তেওঁৰ পত্নী দুগৰাকী আছিল।