কৌৰৱ বুলিলে কাক বুজা যায়?

উত্তৰঃ কৌৰৱ বুলিলে কুৰুবংশৰ ৰাজকুমাৰসকলক বুজা যায়।