অনুশীলনী 3.2


1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া—

(i) কোটীয় সমতলত  থকা বিন্দুএটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰত উলম্বভাৱে অংকন কৰা ৰেখা দুডালৰ নাম কি?

(ii) এইৰেখা দুডালে সমতলখনক সৃষ্টি  কৰা প্ৰতিটো অংশৰ নাম কি?

(iii) এইৰেখা দুডালে পৰস্পৰক যিটো বিন্দুত ছেদকৰে সেই বিন্দুটোৰ নাম লিখা?



















এইৰেখা দুডালক অক্ষৰেখা বোলে। উলম্ব-y0y1
       অনুভূমিক-x’0x
(ii) প্ৰতি অংশৰ নাম- চক বা পদ বোলে-



(iii) দুডাল অক্ষৰেখা ছেদকৰা বিন্দুক মূল বিন্দু বোলে।


2. চিত্ৰ 3.14 চোৱা আৰু তলত দিয়া কেইটা লিখা?
সমাধানঃ (i) B বিন্দুৰ স্থানাংক (-5,2)। 
(ii) c বিন্দুৰ স্থানাংক (5,-5)। 
(iii) (-3,-5) স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো E ।
(iv) (2,-4) স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো G ।
(v) D বিন্দুটোৰ ভূজ 6 ।
(vi) π বিন্দুটোৰ কোটি (-3)।
(vii) L বিন্দুটোৰ স্থানাংক (0.5)।
(viii) M বিন্দুটোৰ স্থানাংক (-3,0)।












Post ID : DABP004856