অনুশীলনী 3.3


1. (-2,4), (3,-1), (-1,0), (1.2), আৰু (-3,-5) এই প্ৰতিটো বিন্দু কোনটো চোক বাকোন ডাল অক্ষত আছে। কোটিয় সমতল সংস্থাপন কৰি তোমাৰ উত্তৰৰ যথাৰ্থতা পৰীক্ষা কৰা?

সমাধানঃ (-2, 4) বিন্দুটোৰ x স্থানাংক ঋনাত্মক আৰু y ধনাত্মক দ্বিতীয় চোক থাকিব। (3,-1) বিন্দুটো চতুৰ্থ চোকত থাকিব। (0-1,0) বিন্দুটো বাওফালে x অক্ষ ওপৰত অৱস্থান কৰিব। (1,2) বিন্দুটো প্ৰথম চোকত থাকিব (-3,5) বিন্দুত তৃতীয় চ’ক থাকিব।

2. তলৰ চ’কখনৰ পৰা (x, y) বিন্দু কোইটা দূৰত্ব উপযুক্ত এককটো সমতলৰ সংস্থাপন কৰা।













Post ID : DABP004855