শব্দ কাৰ্যকৰণ ব্যাকৰণ কি ? 

উত্তৰ ঃ চমস্কিৰ মনস্তত্বত দেখা দিয়া কেতবোৰ সমস্যাৰ সমাধানকল্পে উদ্ভৱ হোৱা এক বিশেষ ব্যাকৰণতত্ত্ব হৈছে শব্দ কাৰ্যকৰণ ব্যাকৰণ।