নিৰ্ভৰশীল ব্যাকৰণ কি ?

উত্তৰঃ গাঁথনিক, টিজি আৰু শব্দ কাৰ্যকৰণ ব্যাকৰণৰ সম্পূৰ্ণ বিপৰীত ধাৰণাৰে বাক্যৰ গঠন প্ৰক্ৰিয়াক শব্দৰ একক সম্পৰ্ক ৰূপে দেখুৱা ব্যাকৰণ ধাৰাক নিৰ্ভৰশীল ব্যাকৰণ আখ্যা দিয়া হৈছে ।