CHAPTER: 2

অংকীয়া ভাওনা

আৰ্হি প্ৰশ্নঃ

১) অংকীয়া ভাওনা বুলিলে কি বুজা ?  এইবিধ সাহিত্যৰ স্ৰষ্টা কোন ?

উত্তৰঃ প্ৰাচীন অসমীয়া সাহিত্যৰ প্ৰাক্-শংকৰী যুগৰ অন্যতম এবিধ সাহিত্য হল অংকীয়া ভাওনা । এইবিধ সাহিত্যৰ স্ৰষ্টা হল মহাপুৰুষ শংকৰদেৱ ।

২) অংকীয়া ভাওনাৰ প্ৰধান বৈশিষ্ট্যসমূহ বিৱৰি লিখা ।

উত্তৰঃ অংকীয়া ভাওনাৰ প্ৰধান বৈশিষ্ট্যসমূহ- 

 (১)ইয়াত ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ ।

 (২) ভক্তিৰসৰ প্ৰাধান্যতা

 (৩) ইয়াত নৃত্যৰ প্ৰয়োগ কৰা হয় ।

 (৪) গীত, শ্লোক, প্ৰয়াৰ, ভটিমা আদিৰ প্ৰয়োগ ।


৩) চিত্ৰ, গীত, অভিনয় অংকীয়া ভাওনাৰ প্ৰধান উপাদান- কথাষাৰ বহলাই লিখা ।

উত্তৰঃ


৪) অংকীয়া ভাওনা শীৰ্ষক প্ৰবন্ধটিৰ মূল কথাখিনি চমূকৈ লিখা ।

উত্তৰঃ প্ৰাচীন অসমীয়া সাহিত্যৰ প্ৰাক্-শংকৰী যুগৰ অন্যতম এবিধ সাহিত্য হল অংকীয়া ভাওনা । এইবিধ সাহিত্যৰ স্ৰষ্টা হল মহাপুৰুষ শংকৰদেৱ । শ্ৰীকৃষ্ণৰ ঐশ্বৰিক চৰিত আৰু পুৰুষত্ব। পুৰণি বৈষ্ণকাব্যবোৰত শ্ৰীকৃষ্ণ চৰিত্ৰৰেই বেলেগ বেলেগ ছোৱা প্ৰকাশ পাইছে।

৫) অংকীয়া ভাওনা-পাঠটিৰ লেখকৰ এটি চমু পৰিচয় দাঙি ধৰা ।

উত্তৰঃ অংকীয়া ভাওনা-পাঠটিৰ লেখক বাণীকান্ত কাকতি অসমীয়া সাহিত্যৰ এজন প্ৰসিদ্ধ সাহিত্যিক। ১৮৯৪ চনত বৰপেটাৰ বাতিকুৰিহা গাঁৱত তেখেতে জন্মলাভ কৰে । কাকতিৰ সাহিত্যকৃতিৰ ভিতৰত বহুধা বিভক্ত সাহিত্য আছে । বিভিন্ন গ্ৰন্থৰ ভিতৰত 'পুৰণি অসমীয়া সাহিত্য', 'সাহিত্য আৰু প্ৰেম', 'কলিতা জাতিৰ ইতিবৃত্ত', 'পুৰণি কামৰুপৰ ধৰ্মৰ পখিলা', 'পখিলা', 'নতুন অসমীয়া সাহিত্য', আদি অন্যতম । ইয়াৰ উপৰি ইংৰাজী পুথি 'The Mother Goddess Kamakhya', 'Visnuit Myths and Legends' আদিৰ গ্ৰন্থ ৰচনা কৰি তেখেতে অয়মীয়া সাহিত্যক চহকী কৰি গৈছে। 'Assamese, Its Formation and Development', নামৰ গৱেষণা গ্ৰন্থখন প্ৰস্তুত কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল । ১৯৫২ চনত তেখেতৰ মূৃত্যু হয় ।


Type - Leena Kakati

Author - Leena Kakati