What is the nature of India state ? (ভাৰত ৰাষ্ট্ৰৰ প্ৰকৃতি কি ?)

উত্তৰঃ   মৰিছ জোনছে ভাৰতত ৰাজ্যৰ প্ৰকৃতি বুজিবলৈ ৰাজনৈতিক প্ৰতিষ্ঠান আৰু প্ৰক্ৰিয়াৰ কাম-কাজৰ ওপৰত গুৰুত্ব দিছিল। তেওঁ গণতান্ত্ৰিকক গুৰুত্ব দিছিল।