বধ কাব্য

আৰ্হি প্ৰশ্নঃ

১) বধ-কাব্য পাঠটোৰ লেখক কোন? পাঠটোৰ মূল বিষয়বস্তু সম্পৰ্কে চমূকৈ লিখা ।

উত্তৰঃ বধ-কাব্য পাঠটোৰ লেখক হল ড বিৰিঞ্চি কুমাৰ বৰুৱা । কৃষ্ণ-মহিমা প্ৰকাশ, ভক্তিধৰ্মৰ প্ৰচাৰ আৰু বৈষ্ণৱ আদৰ্শ জনসাধাৰণৰ মাজত দাঙি ধৰাই এই বধ কাব্যৰ মূল উদ্দেশ্য আৰু বিষয়বস্তু ।

২) বধ-কাব্যসমূহৰ প্ৰধান বৈশিষ্টসমূহ কি কি বিৱৰি লিখা ।

উত্তৰঃ  

৩) বধ-কাব্যৰ প্ৰধান উদ্দেশ্য কি চমুকৈ লিখা ।

উত্তৰঃ কৃষ্ণ-মহিমা প্ৰকাশ, ভক্তিধৰ্মৰ প্ৰচাৰ আৰু বৈষ্ণৱ আদৰ্শ জনসাধাৰণৰ মাজত দাঙি ধৰাই এই বধ কাব্যৰ মূল উদ্দেশ্য ।

৪) ৰুপকতকৈ আখ্যানৰুপে বধ-কাব্যবোৰ বেছি মনোৰম বুলি কোৱাৰ কাৰণ দৰ্শাই চমু আলোচনা আগবঢ়োৱা ।

উত্তৰঃ

৫)বধ-কাব্য পাঠৰ পৰা আমি কি শিক্ষা পালো, চমুকৈ লিখা ।

উত্তৰঃ

৬) বধ-কাব্যসমূহ অসমীয়াত অনুপম সাহিত্য- এই উক্তিৰ যথাৰ্থতা প্ৰতিপন্ন কৰা ।

উত্তৰঃ

৭) ড কাকতিয়ে বধ-কাব্যসমূহক ৰুপকতকৈ আখ্যান হিচাপে বেছি মনোৰম বুলি মন্তব্য দিয়াৰ কাৰণ কি ? বুজাই লিখা ।

উত্তৰঃ

৮) বধ-কাব্যত হাস্যৰসক প্ৰাধান্য দিয়াৰ কাৰণ কি, বুজাই লিখা।

উত্তৰঃ

৯) 'এই কাব্যসমূহ' (বধ-কাব্য) একাধাৰে ধৰ্মগ্ৰন্থ, কাব্য, উপন্যাস, গীত আৰু নাটক। - এই মন্তব্যৰ যুক্তিযুক্ততা বিচাৰ কৰা ।

উত্তৰঃ

১০) প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ

(ক) পাপক পৰাভৱ কৰি ধৰ্ম ৰাজ্য সংস্থাপন কৰাই এই কাব্যসমূহৰ উদ্দেশ্য ।

উত্তৰঃ

(খ) ভক্তিধৰ্ম প্ৰচাৰেই কাব্যৰ মূল প্ৰেৰণা।

উত্তৰঃ

(গ) ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচিত হলেও বধ-কাব্যসমূহ সাহিত্যক গুণৰাজি বিৱৰ্জিত নহয় ।

উত্তৰঃ

(ঘ) জাতীয় জীৱনৰ প্ৰয়োজনলৈ লক্ষ্য ৰাখি আৰু জনসাধাৰণৰ অৱসৰ-বিনোদনৰ কাৰণে ৰচিত হোৱা দেখিয়েই বধ-কাব্যসমূহ পুৰণি হৈও নতুন ।

উত্তৰঃ

(ঙ) ব্যাপকভাৱে লহৃদয় পাঠকৰ চিত্ত স্পৰ্শ কৰা কাব্য দীৰ্ঘজীৱী, কালজয়ী হোৱাত সাহিত্যৰ সাৰ্থকতা ।

উত্তৰঃ


Type- Leena Kakati

Author -Leena Kakati