অনুশীলনী 4.1

1.  এটা টোকা বহীৰ দাম কলমৰ দামৰ দুগুন এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ গঠন কৰা। [ ইয়াত এখন টোকাবহী দাম X টকা আৰু এটা কলমৰ দাম Y টকা বুলি লোৱা]

উত্তৰঃ-

ধৰো, 

এটা কলমৰ দাম = Y

এটা টোকাবহীৰ দাম = x

এতিয়া, প্ৰশ্নমতে,

x = 2Y

  x = 2Y = 0

2.  তলৰ ৰৈখিক সমীকৰণবিলাক 2x + by + c =0 আৰ্হিত প্ৰকাশ কৰা আৰু প্ৰতি ক্ষেত্ৰত a, b আৰু cৰ মান উল্লেখ কৰা।
  (i) 2x + 3y = 9.35

 উত্তৰঃ    2x + 3y = 9.35
2y + 3y – 9.35 = 0
এতিয়া, a x + by + c = 0 ৰৈখিক সমীকৰঁৰ লগত তুলনা কৰি পাওঁ-
a = 2, b = 3, c = -9.35

(ii) x -y/5 -10 = 0

উত্তৰঃ 
  x - y⁄5 -10 = 0
5x -y – 50 = 0 [ 5ৰে দুয়োফালে পূৰণ কৰি]
এতিয়া, a x + by + c = 0 ৰৈখিক সমীকৰণ লগত তুলনা কৰি পাওঁ 
a = 5,  b = -1,  c = -50.

(iii) -2x + 3y = 6

উত্তৰঃ  -2x + 3y = 6
-2x + 3y -6 = 0
এতিয়া, a x  +by + c = 0 ৰৈখিক সমীকৰণৰ লগত তুলনা কৰি পাওঁ
a = -2 b = 3,  c =-6

(iv) 2x = 3y

উত্তৰঃ   x = 3y
x -3y = 0
x – 3y + 0 =0
এতিয়া, a x + by + c =0 ৰৈখিক সমীকৰণৰ লগত তুলনা কৰি পাওঁ-
a =1,  b = -3, c =0

(v) 2x = -5y

উত্তৰঃ  2y = -5y

2x + 5y + 0 =0 
এতিয়া, a x + by + c =0 ৰৈখিক সমীকৰণৰ লগত তুলনা কৰি পাওঁ-
a =2,  b =5,  c =0

(vi) 3x + 2 = 0

উত্তৰঃ  3x + 2 =0
3x + 0.y + 2 =0

এতিয়া, a x + by + c =0 ৰৈখিক সমীকৰণৰ লগত তুলনা কৰি পাও-
a = 3, b =0, c = 2

(vii) y-2 =0

উত্তৰঃ  y-2 =0
0.x + y -2 =0
এতিয়া, a x + by + c =0 ৰৈখিক সমীকৰণৰ লগত তুলনা কৰি পাওঁ-
a = 0, b=1,  c=-2

(viii) 5= 2x

উত্তৰঃ  5 = 2x
2x -5 =0
2x + 0.y – 5 =0
এতিয়া, a x + by +c =0 ৰৈখিক সমীকৰণৰ লগত তুলনা কৰি পাওঁ-
a = 2, b =0, c = -5.


Type- Bhaskar Jyoti Nath