Chapter 4

জীৱাত্মাৰ লক্ষ্য 

 Individual Destiny



Short Questions / চমু প্রশ্ন :

1. What are the three types of moksa, according to Upanishads? 

উপনিষদ মতে, তিনি প্ৰকাৰৰ মোক্ষ কি কি?

উত্তৰঃ উপনিষদ মতে, তিনি প্ৰকাৰৰ মোক্ষ হল-

i) ক্ৰমমুক্তি

ii)সদ্য়ঃমুক্তি

iii) জীৱন্মুক্তি।

2. What are the four conditions of Atman or self? 

আত্মাৰ চাৰিটা অৱস্থা কি কি?

উত্তৰঃ আত্মাৰ চাৰিটা অৱস্থা হল-

i)শাৰীৰিক আত্মা

ii)আনুভবিক আত্মা

iii)বিশ্বাতীত আত্মা

iv)পৰম আত্মা।

3. What is the literal meaning of jiva? 

‘জীৱ'ৰ আক্ষরিক অর্থ কি?

উত্তৰঃ'জীৱ' আক্ষৰিক অৰ্থ হল- 'যিয়ে শ্বাস লয়'।

4. What is annamaya kosha? 

অন্নময় কোষ কাক বোলে?

উত্তৰঃ স্থূল শৰীৰক অন্নময় কোষ বুলি কোৱা হয়। অন্নৰ দ্বাৰা জীৱ জীৱন ধাৰণ কৰে।

5. What is vijnanamaya kosha? 

বিজ্ঞানময় কোষ কাক বোলে?

উত্তৰঃ মনোময় কোষৰ ভিতৰত আছে বিজ্ঞানময় কোষ। বুদ্ধি আৰু তাৰ ক্ৰিয়াৰ ওপৰত বিজ্ঞানময় কোষ নিৰ্ভৰ। ইয়াত জ্ঞাতা আৰু জ্ঞেয়ৰ ভেদ কৰিব পৰা জ্ঞান নিহিত থাকে।

6. What is pranamaya kosha? 

প্রাণময় কোষ কাক বোলে?

উত্তৰঃ অন্নময় কোষ মাজতে আছে প্ৰাণময় কোষ। প্ৰাণৰ দ্বাৰা জীৱ বৰ্ধিত হয়।জীৱক প্ৰাণৰ লগত অভিন্ন মনে কৰা হয়।

7. What is anandamaya kosha?

আনন্দময় কোষ কাক বোলে?

উত্তৰঃ বিজ্ঞানময় কোষৰ ভিতৰত আনন্দময় কোষ নিহিত থাকে।ই জ্ঞাতা আৰু জ্ঞেয়ৰ ভেদৰ পৰা শূণ্য় চৈতন্য়।ইয়াত আনন্দ নিহিত থাকে।ই পাৰমাৰ্থিক আৰু পূৰ্ণ।

8. What are the five kosha of Jiva?

জীৱাত্মাৰ পাঁচটা কোষ কি কি?

উত্তৰঃ জীৱাত্মাৰ পাঁচটা কোষ হল- 

i)অন্নময় কোষ

ii)প্ৰাণময় কোষ

iii)মনোময় কোষ

iv)বিজ্ঞানময় কোষ

v)আনন্দময় কোষ।

9. What are the two path of death? 

মৃত্যুৰ দুটা পথ কি কি?

উত্তৰঃ মৃত্য়ুৰ দুটা পথ হল- এটা পথ উজ্জ্বলতাৰ আৰু আনটো অন্ধকাৰৰ, এটা হল দেৱমাৰ্গ আৰু আনটো হল পিতৃমাৰ্গ।


Broad Questions / ৰচনাধর্মী প্রশ্ন :

1. Discuss Upanisadic view of Jiva and Atman. 

উপনিষদৰ জীৱ আৰু আত্মাৰ ধাৰণাটো আলোচনা কৰা

উত্তৰঃ

2. What is Jiva? Explain the upanisadic concept of jiva. 

জীৱ কাক বোলে? উপনিষদৰ জীৱৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ

3. Write a short note on the karmvada of Upanishads.

উপনিষদৰ কৰ্মবাদৰওপৰত এটি টোকা লিখা।

উত্তৰঃ

4. What is samsara? Explain the concept of samsara as metioned in the upanishads.

সংসাৰ কাক বোলে? উপনিষদত উল্লেখ কৰাৰ দৰে সংসাৰৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ

5. Explain the Upanisadic doctrine of Karma and Samsara. 

উপনিষদৰ কৰ্ম আৰু সংসাৰৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ

6. What is moksa? Explain the theory of Moksa of Upanishads. 

মোক্ষ কাক বোলে? উপনিষদৰ মোক্ষৰ তত্ত্বটো ব্যাখ্যা কৰা৷

উত্তৰঃ

7. Discuss Upanisadic view of Moksa. 

উপনিষদৰ মোক্ষৰ ধাৰণাটো আলোচনা কৰা।

উত্তৰঃ

8. Explain the Upanisadic doctrine of rebirth. 

উপনিষদৰ পুনর্জন্মৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ


Type- Ishant Bora