What is this server? 

চাৰ্ভাৰ কি?

Answer: Server (চাৰ্ভাৰ) হৈছে এক কম্পিউটাৰ Program (প্ৰগ্ৰাম) বা Device (ডিভাইচ) যি আন এটা কম্পিউটাৰ Program (প্ৰ'গ্ৰাম) আৰু ইয়াৰ ব্যৱহাৰকাৰীক সেৱা প্ৰদান কৰে, যাক গ্ৰাহক বুলিও কোৱা হয়। Data (ডাটা) কেন্দ্ৰ এটাত, Server program (চাৰ্ভাৰ প্ৰ'গ্ৰাম) এটা চলি থকা ভৌতিক কম্পিউটাৰটোক সঘনাই Server (চাৰ্ভাৰ) বুলিও কোৱা হয়।


Himadree Bora