Where are BIOS stored?

 বি.ও.আই.এছ. ক'ত সঞ্চিত কৰা হয়?

Answer: মূলতে, BIOS firmware (বি.ও.ও.এছ. ফাৰ্মৱেৰ)টো PC motherboard (পিচি মাডাৰবোৰ্ড)ত এটা ROM chip (ৰম চিপ)ত সংৰক্ষণ কৰা হৈছিল। পিছৰ কম্পিউটাৰ প্ৰণালীত, BIOS (বি.ও.ও.এছ.) সমলবোৰ Flash memory (ফ্লেছ মেম'ৰী)ত সংৰক্ষণ কৰা হয় যাতে ইয়াক Motherboard (মাডাৰবোৰ্ড)ৰ পৰা Chip (চিপ)টো আঁতৰ নকৰাকৈ পুনৰ লিখিব পাৰি।



Himadree Bora