অধ্য়ায়-২

আমাৰ পৰিৱেশ 

   ১। উত্তৰ লিখা—

(ক) পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি?

উত্তৰঃ

(খ) উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয় ? 

উত্তৰঃ

(গ) উপভোক্তা কেইপ্ৰকাৰ আৰু কি কি?

উত্তৰঃ

(ঘ) বিয়োজকে আমাক কেনেদৰে সহায় কৰে? 

উত্তৰঃ

(ঙ) তিনিটা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা ।

উত্তৰঃ


২। খালী ঠাই পূৰ কৰা—

(ক) শামুক হ’ল ________ উপভোক্তা।

উত্তৰঃ

(খ) এটাতকৈ অধিক ___________ মিলি খাদ্যজালৰ সৃষ্টি হয়।  

উত্তৰঃ

(গ) শেনহ'ল ___________ শ্ৰেণীৰ উপভোক্তা ।

উত্তৰঃ

(ঘ) খাদ্যজালত এটাতকৈ _._________ খাদ্যশৃংখল থাকে।

উত্তৰঃ

৩। শুদ্ধ উত্তৰ বাছি উলিওৱা— 

(ক) খাদ্যশৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ/প্রাণী/অণুজীৱ 

উত্তৰঃ

(খ) বিয়োজকে/উৎপাদকে/ উপভোক্তাই খাদ্য প্রস্তুত কৰে।

উত্তৰঃ

(গ) উৎপাদকে/বিয়োজকে/ উপভোক্তাই মৃতদেহ গেলি-পচি যোৱাত সহায় কৰে।

উত্তৰঃ


৪। খাদ্যশৃংখল কি? উদাহৰণেৰে সৈতে বুজাই লিখা।

উত্তৰঃ


 ৫। পুখুৰী এটা পৰিস্থিতি তন্ত্র হয়নে যুক্তি সহকাৰে বুজাই লিখা ।

উত্তৰঃ


৬। সালোক সংশ্লেষণ বুলিলে কি বুজা?

উত্তৰঃ


৭। পার্থক্য লিখা

(ক) উৎপাদক আৰু বিয়োজক।

উত্তৰঃ


(খ) তৃণভোজী আৰু মাংসভোজী প্রাণী।

উত্তৰঃ


(গ) খাদ্যশৃংখল আৰু খাদ্যজাল ।

উত্তৰঃ


৮। পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে কি হ’ব?

উত্তৰঃ


৯। খাদ্যজালৰ কিয় সৃষ্টি হয়?

উত্তৰঃ


১০। মাটিত পৰি থকা মৃত জীৱবোৰ কিয় গেলি-পচি যায়?

উত্তৰঃ



Question Type By- Bikash Bora