Chapter 6

হেয়াৰৰ পৰামৰ্শবাদ


অতি চমু প্ৰশ্ন উত্তৰ

১) Who is the author of the book 'Freedom and Reason'?

'Freedom and Reason' গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ

২) What is Phrastic, according to Hare?

 হেয়াৰৰ মতে ফ্লেষ্টিক (Phrastic) কি?

উত্তৰঃ

৩) What is the primary meaning of moral judgement, according to Hare?

হেৰৰ মতে নৈতিক বিচাৰৰ প্ৰাথমিক অৰ্থ কি?

উত্তৰঃ

৪) Who is the author of the book 'The Language of Morals'?  

'The Language of Morals' গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ

৫) Who is the advocate of prescriptivism?

পৰামৰ্শবাদৰ প্ৰৱক্তা কোন?

উত্তৰঃ

৬) What are the two essential charcteristics of moral judgement, according to Hare?

হেয়াৰৰ মতে, নৈতিক অৱধাৰণৰ দুটা আৱশ্যকীয় বৈশিষ্ট্য কি কি?

উত্তৰঃ

৭) What is Neustic, according to Hare?

হেৰৰ মতে নিউষ্টিক কি

উত্তৰঃ

৮)  Who is the author of Imperative Sentences?

Imperative Sentences লেখক কোন?

উত্তৰঃ

৯) What is the secondary meaning of moral judgement, according to Hare?

হেৰৰ মতে নৈতিক বিচাৰৰ গৌণ অৰ্থ কি?

উত্তৰঃ

১০) Was Hare a Prescriptivist?

হেয়াৰ এজন পৰমার্শবাদী নে?

উত্তৰঃ

১১) What is the meaning of the term 'neustic'?

 'Neustic' ৰ অৰ্থ কি?

উত্তৰঃ

১২) What is the meaning of the term 'phrastic'?

'Phrastic' ৰ অৰ্থ কি?

উত্তৰঃ


Short questions / চমু প্রশ্ন :

১) What are the two terms that Hare used to express the logical relationship between descriptive and imperative sentences?

বৰ্ণনামূলক আৰু নিৰ্দেশাত্মক অৱধাৰণাৰ মাজৰ তৰ্কীয় সম্বন্ধক বুজাবলৈ হেয়াৰে কোন দুটা শব্দ ব্যৱহাৰ কৰিছে?

উত্তৰঃ

২) According Hare Ethical languages are descriptive / prescriptive. (Choose the correct answer) হেয়াৰৰ মতে, নৈতিক ভাষা হ’ল বর্ণনাত্মাক / পৰামৰ্শাত্মক। (শুদ্ধ উত্তৰটো বাচি উলিওৱা)

উত্তৰঃ
৩) 
What is universalizability of moral judgement?

নৈতিক অৱধাৰণৰ সাৰ্বজনীনকৰণযোগ্যতা বুলিলে কি বুজা?

উত্তৰঃ

৪) What is the difference between prastic and neustic

 ফ্ৰেষ্টিক আৰু নিউষ্টিকৰ (prastic and neustic) মাজৰ পাৰ্থক্যটো কি?

উত্তৰঃ

৫) What is universalizability?

সাৰ্বজনীনকৰণযোগ্যতা বুলিলে কি বুজা?

উত্তৰঃ




Broad questions / ৰচনাধৰ্মী প্রশ্ন :

১) Explain Hare's view on the nature of moral argument.

হেয়াৰৰ নৈতিক যুক্তিৰ স্বৰূপ সম্পৰ্কীয় ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ

২)  Is weakness of the will possible? Explain after Hare.

ইচ্ছাৰ দুৰ্বলতা সম্ভৱ নে? হেয়াৰক অনুসৰণ কৰি ব্যাখ্যা কৰা।

উত্তৰঃ

৩) What is prescriptivism? Explain Hare's theory of prescriptivism.

পৰামৰ্শবাদ কাক বোলে? হেয়াৰৰ পৰামৰ্শবাদী তত্ত্বটো ব্যাখ্যা কৰা।

উত্তৰঃ

৪) Explain Hare's view on weakness of the will.

হেয়াৰৰ ইচ্ছাৰ দুৰ্বলতাৰ তত্ত্বটো ব্যাখ্যা কৰা।

উত্তৰঃ

৫) Explain critically Hare's view on universaliabilty.

হেয়াৰ সাৰ্বজনীনকৰণযোগ্যতাৰ তত্ত্বটো সমালোচনাৰ সৈতে ব্যাখ্যা কৰা।

উত্তৰঃ

৬)  Explain the differences between phrastic and neustic.

ফ্ৰেষ্টিক আৰু নিউষ্টিকৰ (prastic and neustic) মাজৰ পাৰ্থক্যসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ

৭) Explain and examine Hare's theory of universal prescriptivism.

হেয়াৰৰ সাৰ্বজনীন পৰামৰ্শবাদ তত্ত্বটো ব্যাখ্যা আৰু পৰীক্ষা কৰা।

উত্তৰঃ

৮) Explain and examine Hare's theory of universal prescriptivism.

হেয়াৰৰ সাৰ্বজনীন পৰামৰ্শবাদ তত্ত্বটো ব্যাখ্যা আৰু পৰীক্ষা কৰা।

উত্তৰঃ

৯) Explain Hare's view of prescriptive language.

হেয়াৰৰ পৰামৰ্শমূলক ভাষাৰ মতবাদটো ব্যাখ্যা কৰা।

উত্তৰঃ


                                                                            ***



Post ID: DABP001670