Lesson=1.1
1. 5 আৰ (-13) ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে?
Ans=17 টা অখণ্ড সংখ্যা আছে।
2.13 আৰ (-13) ৰ মাজৰ আটাতকৈ ডাঙৰ আৰ আটাতকৈ সৰ অখণ্ড সংখ্যা দুটা লিখা।
Ans= আটাতকৈ ডাঙৰ অখণ্ড সংখ্যা 12
আটাতকৈ সৰ অখণ্ড সংখ্যা (-12)
3..তলৰ দিয়া অখণ্ড সংখ্যাৰেখাত বহুওৱা -6, 4, -10.-
Ans= অখণ্ড সংখ্যাৰেখাত বহুসংখ্যা হল — 6, 4, -10, 5
4.15 তলত ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখা ।
Ans= -14, -13, -12, -11, -10
5. সত্য নে অসত্য কোৱা-
i) Ans = সত্য
ii) Ans = অসত্য
iii) Ans =সত্য
iv) Ans =অসত্য
v) Ans= সত্য
6.এযোৰ অখণ্ড সংখ্যা লিখা যাৰ-
i)যোগ ফল-3
= (-1) +(-2) =-3
Ans= (-1) +(-2)
ii) বিযোগফল -5
= 5-10=-5
Ans= 5-10
ii) যোগফল ০
= (-1)+1=0
= (-1) +1
iv) বিযোগফল 2
=4 – 2=-2
Ans= 4-2
7.এয়োৰ ঋণাত্মক অখণ্ড সংখ্যা লিখা যাৰ বিযোফল 6
=(-6)-(-12)=6
Ans = (-6) -(-12)
8.অখণ্ড সংখ্যা a আৰ b নিণয় কৰা যাতে-
I) a +b
=2+3
ii) a\neqb
=6\neq7
iii) a-b=0
=6-6=0
9.বাকচৰ ভিতৰৰত খালী ঠাই পূৰ কৰা-
I) (-15) +(-4) =(-4)+\sfrac{}
=(-15)+(-4)=(-4) +-15
ii) {(-7)+8}={5+(-7)}+8
={-7+8}={5+(-7)}+8
= =1 =(-2)
1=6
=6-1 iii)(-23)+ =-23=(-23)+
= (-23)+0=-23-(-23)+0
Ans = 0
iv) (-19) + = (-27)
= = (-27) + 19
= -8
Ans = -8
v)\ x+12=0হলে x=?
= X + 12 = 0
= x =0-12
X = -12
Ans = x =12
10.এজন মানুহে A স্হানত পৰা 14 কিলোমিটাৰ পূৱে গল।কিন্ত আন এজন মানুহে Aস্হানৰ পৰা 6কিলোমিটাৰ পশ্চিমে গ’ল ।তেতিয়া তেওঁ লোকৰ দূৰত্বৰ অন্তৰ কি হব?
Ans= A স্হানৰ পৰা পূৱে গল = 14কি.মি
A ‘’ ‘’ ‘’ = 6কি.মি
দূৰত্বৰ অন্তৰ হব = 14+6
= 20
11) এজন মানুহৰ হাতত 35 টকা জমা আছে কিন্ত আন এজনৰ 40 টকা ধাৰ আছে।প্ৰথমজনে মানুহ দ্বিতীয়জন?
ANS = মানুহজনৰ হাতত জমা আছে = 35 টকা
আকৌ,আনজনৰ মানুহৰ ধাৰ = 40টকা
প্ৰথম জন মানুহ চহকী হব = 53+ 40
= 75 টকা
=
12. কোনো এটা মঙলবাৰে পুৱা 5বজাত গুৱাহাটীত তাপমাএা 8.C বাডিলে আৰ ৰাতি 10বজাত 3,C কৰি তাপমাএা কৰিল। বুধবাৰে দুপৰীয়া 12 বজাত পিছত তাপমাএা পুনৰ 5.C বাঢিলে।এই সময়ত তাপমাএা কিমান হল।
ANS = পুৱা 5 বজাত তাপমাএা = 25.C
বিয়লি 2 ‘’ ‘’ = 8.C
ৰাতি 10 = - 30.C
বুধবাৰে 12 ‘’ ‘’ = 5.C
অৱশেষত তাপমাএা হব = 25+8.C-3.C+5,C
= 33.C-3.C +5.C
= 30. C +5.C
=35.C
13. অনুৰাধাই বেংকত 3,200 টকা জমা থলে আৰ পিছদিনা তাৰে 2,540 টকা উলিওয়াই আনিলে ।টকাখিনি উলিওৱা অনাৰ পাছত বেংকত অনুৰাধাই কিমান টকা জমা থাকিব?
ANS = অনুৰাধাই বেংকত জমা থলে =3,200
পিছদিনা উলিয়াই আলিলে = 2,540
অনুৰাধাই বেংকত জমা থাকিব = 3200-2540
= 660 টকা
14.দুটা সংখ্যা যোগফল -5।য়দি এটা সংখ্যা 18 হয় আনটো সংখ্যা কিমান হব?
ANS = দিয়া আছে, দুটা সংখ্যা যোগফল =-5
তাৰে এটা হল =18
আনটো হব=?
= 18+ = -5
= (-5)-18
= -23
ANS=-2315.-23 ৰ লগত কি যোগ কৰিলে যোগফল ০হব?
ANS = -23+== 0
= 0+23
= 23
ANS = 23
16.দুটা অখণ্ড সংখ্যাৰ যোগফল -48 তাৰে এটা -20 হলে আনটো কিমান হব
ANS= দুটা অখণ্ড সংখ্যাৰ যোগফল = (-48)
তাৰে এটা সংখ্যা দিয়া আছে = (-20)
আনটো সংখ্যা হব?
= (-20) + = (-48)
= (-48) +20
=-28
ANS = - 28
17) সংখ্যা ৰেখা ব্যৱহাৰ কৰি মান নিণয় কৰাঃ
I) (+5) – (+3)
=5-3
=2
18.তলৰ উক্তিসমূহৰ শুদ্ধ অশুদ্ধ বিচাৰ কৰা
I) (-6) +(-23) +(-2) =(-2)+(-6)+23
= (-8) + 23 = (-8) + 23
=15=15
উক্তিটো শুদ্ধ
II) (16-15) +(-7) =16- {15+(-7)}
= 1+ (-7) =16-15-7
=1-7=16-22
=-6=-6