ৰাৱণক বিভীষণৰ সজ উপদেশ

১) চমু উত্তৰ দিয়া ঃ

(ক) 'ৰাৱণক বিভীষণৰ সজ উপদেশ' কাব্যাংশৰ ৰছক কোন ?

উত্তৰ ঃ মাধৱ কন্দলি ।

(খ) মাধৱ কন্দলি কোন শতিকাৰ কবি ?

উত্তৰ ঃ চতুৰ্দশ শতিকাৰ ।

(গ) 'ৰাৱণক বিভীষণৰ সজ উপদেশ' নামৰ কবিতাটো ৰামায়ণৰ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে ?

উত্তৰ ঃ 'ৰাৱণক বিভীষণৰ সজ উপদেশ' নামৰ কবিতাটো বাল্মিকি ৰামায়ণৰ  শ্লোকানুবাদ কাণ্ডটোৰ পৰা লোৱা হৈছে। 

(ঘ) বিভীষণ কোন ?

উত্তৰ ঃ ৰাৱণৰ কনিষ্ঠ ভাতৃ ।

(ঙ) ৰাৱণৰ মাতৃৰ নাম কি ?

উত্তৰ ঃ নৈকেষী 

(চ) ইন্দ্ৰজিৎ কোন আছিল ?

উত্তৰ ঃ ৰাৱণৰ পুত্ৰ ।

২) বিভীষণে ৰাৱণক কি কি সজ উপদেশ দিছিল ?

উত্তৰ ঃ সীতাক ৰামৰ হাতত গতাই দি ৰাৱণক শুদ্ধ পথলৈ আনিবলৈ সজ উপদেশ দিছিল ।

৩)মন্ত্ৰীসকলে ৰাৱণক বিভীষণৰ হিত উপদেশৰ বিপৰীতে কেনে ধৰণৰ উপদেশ দিছিল ?

উত্তৰ ঃ

৪) কবিতাটিৰ মাজেৰে বিভীষণৰ চৰিত্ৰটো কেনেভাৱে ফুটি উঠিছে বৰ্ণনা কৰা ।

উত্তৰ ঃ

৫) উত্তম, মধ্যম আৰু অধম কোন মন্ত্ৰক কোৱা হয় ?

উত্তৰ ঃ

৬) প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা কৰা ঃ

(ক) ৰাঘৱ মুনিষ যেন জগত বিদিত ।

        কহিলো কাহিনী যেন আমাৰ উচিত ।।

(খ) শুনি পাত্ৰ মেলে উঠি বোলে ৰাৱণত ।

    দুঃ স্বপ্নৰ কথা প্ৰভু গুচায়ো মনত ।।

(গ) ৰামৰ হাতত জানো মোৰ যাইব জীৱ ।

    তথাপি নিদিবোঁ সীতা জনকৰ জীৱ ।।

উত্তৰঃ 



Type- Leena Kakati

Author- Leena Kakati



Post ID : DABP002335