Chapter 4

পৰমাণুৰ গঠন 

১) কোনবোৰ পদাৰ্থ গঠনৰ একো একোটা মূল গোট?
উত্তৰ ঃ 
অণু আৰু পদাৰ্থবোৰ।


২) পৰমাণুত আধানযুক্ত কেন্দ্ৰ এটা থাকে আৰু সেইটোৰ নাম হ'ল-
উত্তৰ ঃ
ধনাত্মক আধানযুক্ত।


৩) জে জে থমছনে উপপাৰমাণৱিক কণাবোৰক কি হিচাপে চিনাক্ত কৰিছিল?
উত্তৰ ঃ
ইলেক্ট্ৰন।


৪) পৰমাণুৰ গঠনৰ আৰ্হি উপস্থাপন কৰা প্ৰথমজন বিজ্ঞানী আছিল-
উত্তৰ ঃ
জে জে থমছন।


৫) জে জে থমছনৰ জন্ম কিমান চনৰ কিমান তাৰিখে হৈছিল?
উত্তৰ ঃ
1856 চনৰ 18 ডিচেম্বৰ তাৰিখে।


৬) 1932 চনত কোনজন বিজ্ঞানীয়ে আন এবিধ উপ পাৰমাণৱিক কণা আৱিস্কাৰ কৰিছিল যাৰ আধান নাছিল ভৰ প্ৰটনৰ ভৰৰ প্ৰায় সমান-
উত্তৰ ঃ
জে ছাডউইকে।


৭) পৰমাণুত ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে, সেইটোক কি বুলি কোৱা হয়?
উত্তৰ ঃ
নিউক্লিয়াছ।


৮) 1908 চনত ৰসায়ন বিজ্ঞানত ন'বেল বঁটা পোৱা বিজ্ঞানীজনৰ নাম কি?
উত্তৰ ঃ
স্প্ৰিং গ্ৰ'ভ।


৯) 1922 চনত পৰমাণুৰ গঠনৰ ওপৰত কৰা গৱেষণাৰ বাবে ন'বেল বঁটা কোনে পাইছিল?

উত্তৰ ঃ কোপেন হ্গেনত নীয়েল  ব'ৰে।


১০) পদাৰ্থৰ বহিৰতম কক্ষপথত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্য়া-
উত্তৰ ঃ
8 টা।


১১) স্প্ৰিং গ্ৰ'ভ ৰ জন্ম কিমান চনৰ কিমান তাৰিখে হৈছিল?
উত্তৰ ঃ
 1871 চনৰ 30 আগষ্টৰ তাৰিখে।


১২) নিউক্লিয় পদাৰ্থ বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায়?
উত্তৰ ঃ
স্প্ৰিং গ্ৰ'ভ।


১৩) আয়ডিনৰ এটা সমস্থানিক কি ৰোগৰ চিকিৎসাত ব্য়ৱহাৰ কৰা হয়?
উত্তৰ ঃ
গৰল ৰোগত।


১৪) হাইড্ৰ'জেনৰ কিমানবিধ পৰমাণু আছে?
উত্তৰ ঃ
তিনিবিধ।


১৫) পৰমাণু এটাৰ কোনটো অংশত প্ৰ'টন থাকে?
উত্তৰ ঃ
নিউক্লিয়াছ অংশত।


১৬)   জে জে থমছনে কিমান বছৰ ধৰি কেমব্ৰিজত থকা কেভেণ্ডিছ পৰীক্ষাগাৰক পথ নিৰ্দেশনা দি আহিছিল?
উত্তৰ ঃ৩৫ বছৰ।


১৭) যোজ্য়তা হ'ল-
উত্তৰ ঃ
পৰমাণু এটাৰ যোজিত হ'ব পৰা ক্ষমতা।


১৮) ৰাডাৰ ফ'ৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই কি আৱিস্কাৰ কৰিছিল?
উত্তৰ ঃ
ইলেক্ট্ৰন।




Type : Dimpi Bora