Chapter 2

 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে

১) বিশুদ্ধ পদাৰ্থবোৰত কেইটা উপাদান থাকে?
উত্তৰ ঃ এটা ।


২) বাস্পীভৱন প্ৰক্ৰিয়া হৈছে এটা-
উত্তৰ ঃ
ভৌতিক প্ৰক্ৰিয়া।


৩) দ্ৰৱণৰ কেইটা উপাদান থাকে?
উত্তৰ ঃ দুটা।


৪) বায়ু এবিধ কি পদাৰ্থ?
উত্তৰ ঃ গেছীয় পদাৰ্থ।


৫)  দ্ৰৱণৰ উপাদান কেইটা কি কি?
উত্তৰ ঃ 
 দ্ৰাৱক আৰু দ্ৰৱ।


৬)  দ্ৰৱণ এটা কি ?
উত্তৰ ঃ 
সমসত্ব মিশ্ৰণ।


৭)  মৌল শব্দ কোনজন বিজ্ঞানীয়ে প্ৰথমতে ব্য়ৱহাৰ কৰিছিল?
উত্তৰ ঃ 
ৰ'বাৰ্ট ব'য়েল।


৮) তলৰ কোনবিধৰ দ্য়ুতি বা চিক্মিকনি আছে?
উত্তৰ ঃ 
ধাতুৰ।


৯) নিমখ ক'ৰ পৰা পৃথক কৰিব পাৰি?
উত্তৰ ঃ সাগৰৰ পাৰ।


১০) প্ৰলম্বন এবিধ কি ?
উত্তৰ ঃ
অসমসত্ব মিশ্ৰণ।


১১) সাধাৰণ উষ্ণতাত মৌল গেছীয় কেইটা?
উত্তৰ ঃ এঘাৰতা।


১২) কোনবোৰ কণিকা ই পোহৰ ৰশ্মিৰ বিচ্ছুৰণ ঘটাব পাৰি ?
উত্তৰ ঃ 
প্ৰলম্বিত কণিকাবোৰে।


১৩)  সৰ্বসাধাৰণ মানুহৰ মতে "বিশুদ্ধ" মানে কি নথকা বস্তু?
উত্তৰ ঃ 
ভেজাল নথকা বস্তু।


১৪) বাষ্পীভৱন কি প্ৰক্ৰিয়া?
উত্তৰ ঃ 
ভৌতিক প্ৰক্ৰিয়া।


১৫) ছ'ডা পানী তলৰত কি পদাৰ্থৰ মিশ্ৰণ?
উত্তৰ ঃ 
গেছীয় পদাৰ্থৰ।


১৬) পোহৰ ৰশ্মি বিচ্ছুৰণ হোৱা ক্ৰিয়াটোক কি বুলি কোৱা হয়?
উত্তৰ ঃ টিণ্ডেল ক্ৰিয়া।


১৭)  সাধাৰণ উষ্ণতাত তৰল হৈ থকা মৌলৰ দুবিধৰ নাম কি কি?
উত্তৰ ঃ 
মাৰকিউৰি আৰু ব্ৰ'মিণ।


১৮)  দহন এবিধ কি ?

উত্তৰ ঃ ভৌতিক পৰিবৰ্তন।


১৯) বায়ুৰ পৰা অক্সিজেন গেছ পাবলৈ আমি আন গেছবিলাক কি কৰিব লাগিব?
উত্তৰ ঃ 
আনবিলাক গেছ পৃথক কৰিব লাগিবটডড।


২০) বেছিভাগ মৌল কি ?
উত্তৰ ঃ
গোটা বা কঠিন।


Type: Dimpi Bora