পাঠ-১২ 

লগে ভাগে গাওঁঁ আহাঁ

১) নিতৌ ৰাতি আকাশত কি দিয়ে?
উত্তৰঃ
 নিতৌ ৰাতি আকাশত এখন ৰভা দিয়ে।

২) ভাওনা আখৰা বাহিৰে তাত কি পতে?
উত্তৰঃ 
ভাওনা আখৰা বাহিৰে তাত সভা পতে।

৩) তিৰবিত তৰাবোৰ আৰু কোনে জিলমিল জালীকাটা থেছে সজাই?
উত্তৰঃ 
তিৰবিত তৰাবোৰ আৰু জোনবাই জিলমিল জালীকাটা থেছে সজাই।

৪) মাজে মাজে জোনবাই কি লাগে?
উত্তৰঃ 
মাজে মাজে জোনবাই হেনো ভেম লাগে।