পুত্ৰৰ ইচ্ছা পূৰণ কৰা দেউতাকজন

২য় অধ্যয়
১। তলত দিয়া প্ৰশ্নসমূহ উত্তৰ লিখা ।
ক) খেল-ধেমালিক ভৱিষ্যৎ জীৱনৰ কি বুলি কোৱা হয় ?
উত্তৰঃ খেল-ধেমালি ভৱিষ্যৎ জীৱনৰ প্ৰস্তুতি মাথোন ।

খ) সৰু ল'ৰাটোৱে খেলি আহি সন্ধিয়া পঢ়া টেবুলত বহি কিয় মন মাৰি আছিল ?
উত্তৰঃ সৰু ল'ৰাটোৱে খেলি আহি সন্ধিয়া পঢ়া টেবুলত বহি মন মাৰি আছিল কাৰণ ল'ৰাটোৰ চাইকেলখন বৰকৈ জোকাৰি থাকে ।

গ) ল'ৰাটোৰ কথা শুনি দেউতাকে কি কৈছিল ?
উত্তৰঃ ল'ৰাটোৰ কথা শুনি দেউতাকে মৰমেৰে তাক সাবটি ধৰি ক'লে, "নিশ্চয় যাবা, পিছে তুমি জিকিব পাৰিবানে ?"

ঘ) চাইকেলেৰ জোকৰণিটো বন্ধ কৰিবলৈ পুতেকে দেউতাকক কি কৰিবলৈ কৈছিল ?
উত্তৰঃ চাইকেলেৰ জোকৰণিটো বন্ধ কৰিবলৈ পুতেকে দেউতাকক কৈছিল যে দেউতা, তুমি এজন ভেটেৰিনেৰি ডাক্তৰ । ডাক্তৰে দেখোন বেমাৰবোৰ ভাল কৰিব পাৰে । গতিকে প্লিজ দেউতা চাইকেলৰ জোকাৰণি বন্ধ কৰাৰ কিবা এটা দৰব দিয়ানা।"

চ) পুতেকে ৰে'ছত কি স্থান অধিকাৰ কৰিলে ?
উত্তৰঃ পুতেকে ৰে'ছত প্ৰথম স্থান অধিকাৰ কৰিলে ।

ছ) পুত্ৰৰ ইচ্ছা পূৰণ কৰা দেউতাকজন প্ৰকৃততে কোন আছিল ?
উত্তৰঃ পুত্ৰৰ ইচ্ছা পূৰণ কৰা দেউতাকজন প্ৰকৃততে আছিল বয়ড ডানলপ।

জ) ধনী ব্যৱসায়ীজনে চকা কোম্পানীটোৰ নাম কি দিছিল  ?
উত্তৰঃ ধনী ব্যৱসায়ীজনে চকা কোম্পানীটোৰ নাম দিছিল ডানলপ কোম্পানি ।


২। কোনে কি আৱিস্কাৰ কৰিছিল মিলাই লিখা ।
ক) কলম্বাছ ________ অংক ।
উত্তৰঃ কলম্বাছে আমেৰিকা আৱিস্কাৰ কৰিছিল।


খ) মাইকেল ফেৰাডে ________ বিজুলী চাকি , বাল্ব ।
উত্তৰঃ ডাইনেমো আৰু বৈদ্য়ুতিক মটৰয়।


গ) ৰামানুজন ________ ছাতি ।
উত্তৰঃ  মাইকেল ফেৰাডে অংক আৱিস্কাৰ কৰিছিল।


ঘ) টমাছ আলভা এডিছন ________ আমেৰিকা ।
উত্তৰঃ টমাছ আলভা এডিছন  বিজুলী চাকি, বাল্ব আৱিস্তাৰ কৰিছিল।


ঙ) জোনাছ হানৱে ________ ডাইনেমো আৰু বৈদ্যুতিক মটৰ ।
উত্তৰঃ  জোনাছ হানৱে ছাতি আৱিস্কাৰ কৰিছিল।


৩। শুদ্ধ শব্দটোত '✔' চিন দিয়া ।

ক) কল্যান ⬜                       কল্যাণ ⬜   

উত্তৰঃ   কল্যাণ ☑


খ) ককাইদেউ ⬜                 ককাইদেও ⬜   

উত্তৰঃ ককাইদেউ ☑


গ) অপৰিস্কাৰ ⬜                  অপৰিষ্কাৰ ⬜   

উত্তৰঃ অপৰিষ্কাৰ ☑


ঘ) অম্বেষণ ⬜                      অম্বেষন ⬜   

উত্তৰঃ  অম্বেষণ ☑


ঙ) অৰ্ন্তযামী⬜                      অন্তৰ্যামী ⬜   

উত্তৰঃ অন্তৰ্যামী ☑


চ) অপ্ৰত্যক্ষ ⬜                   অপ্ৰতক্ষ্য ⬜    
উত্তৰঃ  অপ্ৰত্যক্ষ ☑






Question Answer Type By- Parina Hazarika