বৈদ্য়ুতিক প্ৰবাহৰ চুম্বকীয় প্ৰভাৱ 

 অধ্য়ায়- 13 


A. অতি চমু প্ৰশ্নাৱলী : মূল্যাংক : 1 1. শুদ্ধ উত্তৰটো বাছি উলিওৱা : (i) প্রবাহযুক্ত দীঘল চ’লেনয়ড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰ [HSLC 15] (a) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ি যায়। (b) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমি যায় ৷

(c) শূণ্য হয় ।

(d) সকলো বিন্দুতে একে থাকে। 2. কুণ্ডলী এটাত আৱিষ্ট বিদ্যুৎ প্রবাহৰ দিশ-জানিবলৈ ব্যৱহৃত নিয়মটো উল্লেখ কৰা৷ [HSLC '16] 3. বৃত্তাকাৰ কুণ্ডলীৰ মাজেদি প্রবাহ চালিত হ'লে সৃষ্টি হোৱা চুম্বকীয় বলৰেখাবোৰ অংকন কৰা ৷ [HSLC '16] 4. বিদ্যুৎচুম্বকীয় আৱেশ কি ? [HSLC ' 17] 5. পৰিবৰ্তী প্ৰৱাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্ৰৱাহ জেনেৰটেৰৰ মাজৰ মূল পার্থক্য লিখা । [HSLC '17]


B. চমু প্রশ্নাৱলীঃ 2/3 মূল্যাংক

1. বৈদ্যুতিক জেনেৰেটৰ আৰু বৈদ্যুতিক মটৰৰ মাজৰ পাৰ্থক্য কি আছে? (i) বৈদ্যুতিক জেনেৰেটৰত ব্ৰাচ ৰিং আৰু (ii) বৈদ্যুতিক মটৰত স্লিপ ৰিং-ৰ কাৰ্য্য কি? [HSLC '15]


2. পৰীক্ষা এটাৰ সহায়ত বিদ্যুৎ চুম্বকীয় আৱেশৰ পৰিঘটনা বুজাই লিখা [HSLC '15]

3. এটা চিহ্নিত চিত্ৰৰ সহায়ত বৈদ্যুতিক জেনেৰেটৰৰ নীতি ব্যাখ্যা কৰা । [HSLC ' 16, '20]

4. চ’লেনইডে চুম্বকৰ দৰে আচৰণ কৰে ? চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা ৷ [HSLC '17]

5. বৈদ্যুতিক মটৰৰ মূল নীতিটো উল্লেখ কৰা। বৈদ্যুতিক মটৰত ফলা আঙঠিৰ কাম কি ? [HSLC ' 18]

6. ঘৰুৱা বৈদ্যুতিক বর্তনীত অত্যধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ লোৱা দুটা সাৱধানতা লিখা । [HSLC ' 18]

7. এটা বৈদ্যুতিক মটৰৰ কাৰ্যপ্ৰণালী ব্যাখ্যা কৰা । [HSLC '19]

8. চ’লেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে, বুজাই লিখা । চৌম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰৱাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সর্বোচ্চ হয় ? [HSLC ' 19]

9. বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা কি?[HSLC 20]


Type by- Bikul Mandal