বিদ্য়ুৎ
অধ্য়ায়- 12

A.অতি চমু প্রশ্নাৱলী : মূল্যাংক : 1

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i) এটা পদাৰ্থৰ ৰোধকতাৰ এচ. আই. একক [HSLC' 15]
(a) 2 (b) 2m (c) 2m -1 (d) 2m 2 (ii) দুডাল তাঁৰৰ দৈৰ্ঘ্য, ৰোধ, ৰোধাংক— প্ৰতিটোৰ ক্ষেত্ৰত অনুপাতৰ মান 1:2 তাঁৰ দুডালৰ ব্যাসৰ অনুপাত কিমান হ'ব? [HSLC '16] (a) 1:2 (b) 1:4 (c)4:1 (d) 1: √2 2. 2 ৰোধৰ তাঁৰ এডাল চাৰিটা সমান অংশত ভাগ কৰা হ'ল। অংশ চাৰিটা সমান্তৰাল সজ্জাত সংযোগ কৰা হ'ল সমান্তৰাল সজ্জাৰ সমতুল্য ৰোধ R ৰে বুজালে 22 : R হ'ব। [HSLC ' 15] (a) 16 (b) (c) 1/8 (d) 8 3. এক মাইক্ৰ’এম্পিয়াৰৰ বিদ্যুৎপ্ৰৱাহ বৈ যোৱাৰ বাবে এক ছেকেণ্ডত কিমান সংখ্যক ইলেকট্রন চালিত হ'ব লাগিব ? [HSLC '17]
(a) 6.25×1515 (b) 6.25×109 (c) 6.25x1012 (d) 6.25×106 4. এটা বৈদ্যুতিক বাল্ব 220 V ত আৰু 100 W চিহ্নিত কৰা আছে। যেতিয়া ইয়াক 110 V ত ব্যৱহাৰ কৰা হয়, তেতিয়া ইয়াৰ ক্ষমতা হ’ব [HSLC ' 18]
(a) 75 W
(b) 25 W

(c) 100 W

(d) 50 W
5. বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক I kWh মানে [HSLC ' 19] (i) 36 × 106 J (ii) 3 . 6 × 109 J (iii) 3 . 6 × 105 J

(iv) 36 x 104 J 6. তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে ? [HSLC '20] (i) IR2 (ii) I2R

(iii) V2 / R

(iv) VI

7. 12 V বিভৱ ভেদৰ দুটা বিন্দুৰ মাজেৰে 2 C আধান চালিত কৰোতে কিমান কাৰ্য্য কৰিব লাগিব ? [HSLC '15]

8. সমান্তৰাল সজ্জাত থকা তিনিটা ৰোধৰ সম্পৰ্ক যদি R >R,>R, হয়, তেন্তে সিহঁতৰ মাজেদি যোৱা বিদ্যুৎ প্রবাহৰ সম্পর্ক কি? [HSLC '16]
9. বৈদ্যুতিক বাল্বৰ ফিলামেণ্টৰ জীৱনকাল দীঘলীয়া কেনেদৰে কৰা হয় ? HSLC '17] 10. প্ৰবাহৰ এককৰ সংজ্ঞা লিখা । [HSLC '18]

B. চমু প্রশ্নাৱলী : মূল্যাংক : 2/3 1. তলত বৰ্তনীটোত চাৰিটা ৰোধক R = 79, R, = 102, R, = 30 52, R = 5 52 আৰু এটা 12V বেটাৰী সংযোগ কৰা হৈছে। বৰ্তনীটোৰ (i) মুঠ ৰোধ আৰু (ii) মুঠ বিদ্যুত প্ৰৱাহৰ পৰিমাণ গণনা কৰা ৷ [HSLC15]

2. প্ৰতিটো 6 2 ৰোধৰ তিনিটা ৰোধক কেনেদৰে সংযোগ কৰিলে সজ্জাটোৰ সমতুল্য ৰোধ (i) 9 2 আৰু (ii) 22 হ'ব? [HSLC '15] 3. বৰ্ত্তনী এটা অংকন কৰা য'ত চাৰিটা 3 কোষ থকা বেটাৰী, 52, 102, 152 আৰু 2052 চাৰিটা ৰোধ এটা চাবি, এটা এমিটাৰ শ্ৰেণীবদ্ধ সজ্জাত আছে আৰু 2002 ৰোধৰ দুই প্ৰান্তত ভল্টমিটাৰ সংযোগ কৰা আছে। এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠৰ মান নিৰ্ণয় কৰা ৷ [HSLC '16] 4. 11W ৰে চিহ্নত বৈদ্যুতিক হিটাৰ এটা 220V লাইনত ব্যবহাৰৰ বাবে তৈয়াৰ কৰা হৈছে। যদি উৎসৰ পৰা সৰ্ব্বোচ্চ প্রবাহ 5A হয়, কিমানটা বৈদ্যুতিক হিটাৰ সমান্তৰালভাৱে2207 লাইনৰ লগত সংযোগ কৰিব পৰা যায় আৰু 20 মিনিটত মুঠ কিমান শক্তি ব্যয় হ’ব? [HSLC ' 17]

5. তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰটো লিখা যেতিয়া এটা অজ্ঞাত ৰোধ 12 V ৰ এটা বেটাৰীৰ লগত সংযোগ কৰা হয়, তাত 2.5 mA প্রবাহ চালিত হয়। ৰোধকটোৰ ৰোধ উলিওৱা । [HSLC ' 18] 6. বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক কি? কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব—এটা 250 W ৰ TV চেট 1 ঘণ্টা চলিলে বা এটা 1200 w ৰ বৈদ্যুতিক ইস্ত্ৰি 10 মিনিট চলিলে আৰু কেনেকৈ? [HSLC'18]

7. এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 10 মিনিট সময়ত 0.5 A প্ৰৱাহ লয়। বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ
পৰিমাণ উলিওৱা । [HSLC 19]

8. 6 V বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম্ব আধানক কিমান শক্তি দিয়া হয়? [HSLC '19]

9. 20°C উষ্ণতাত 1 m দৈৰ্ঘ্যৰ ধাতুৰ তাঁৰ এডালৰ ৰোধ 26.12. যদি তাঁৰডালৰ ব্যাস 0.03 cm হয়, তেন্তে সেই উষ্ণতাত ধাতুৰ ৰোধকতা কিমান হ'ব? [HSLC 19] 10. 4 2ৰ ৰোধক এটাত প্ৰতি ছেকেণ্ডত উৎপন্ন হোৱা তাপ 100 J. ৰোধকটোৰ দুই মূৰৰ মাজত বিভৱভেদ উলিওৱা । [HSLC ' 19] 11. এটা বৈদ্যুতিক বাল্ব তাঁৰডালে 5 মিনিট সময়ত 0.6 প্রবাহ লয়। বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ উলিওৱা ৷ [HSLC 20] 12. পৰিবাহী এডালৰ ভিতৰত বৈদ্যুতিক আধান কেনেকৈ প্রবাহিত হয় ? বাখ্যা কৰা । [HSLC '20] 13. ৰোধকৰ S.I. একক লিখা। এটা বৈদ্যুতিক মটৰে 220 V উৎসৰ পৰা 5 A প্রবাহ লয়। মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা । [HSLC '20] 14. এটা বৈদ্যুতিক প্রবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে? 8 2 ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলোতে মেইনৰ পৰা 15 A প্রবাহ লয়। চুলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিওৱা ? [HSLC '20]


Type by- Bikul Mandal