ভাৰতীয় গণতন্ত্ৰ 

 অধ্য়ায়- 1


A. অতি চমু প্রশ্নাৱলী : মূল্যাংক : 1

1.শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(i) ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ-পূৱ পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে— [HSLC '17] (a) উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ এজন মুখ্যমন্ত্রীক (b) উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ এজন ৰাজ্যপালক

(c) উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ এজন বিত্তমন্ত্রীক (d) উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ এজন মুখ্যসচিবক (ii) ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল ? [HSLC '18] (a) ড° বি. আৰ. আম্বেদকাৰে (b) এন. গোপালাস্বামীয়ে

(c) ড° সচ্চিদানন্দ সিন্হাই (d) চৈয়দ মহম্মদ চাদুল্লাই


(iii), তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল ? [HSLC'19]

(a) এন. গোপালস্বামী আয়েংগাৰ (b) কে. এম. মুন্সি (c) জৱাহৰলাল নেহৰু (d) ডি. পি. খৈটান


(iv) ভাৰতীয় সংবিধানৰ ১৯৭৬ চনত হোৱা ৪২ নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল ? [HSLC '20]

(i) সার্বভৌম

(ii) গণতান্ত্রিক (iii) গণৰাজ্য

(iv) সমাজবাদী


B. ৰচনাধর্মী প্রশ্নাৱলীঃ মূল্যাংক : 4/5 1. ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা [HSLC '18] 2. সংসদীয় গণতন্ত্র কি? ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা মূল পার্থক্যকেইটা লিখা। [HSLC'19] 3 . আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ নে কি ? বাখ্যা কৰা। [HSLC 20] 4. ভাৰতবৰ্ষক কিয় সার্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্রিক গণৰাজ্য বোলা হয় ? [HSLC 20]


Type by- Bikul Mandal