এছিড, ক্ষাৰক আৰু লৱণ


১। (এছিডবোৰৰ সোৱাদ কেনে কোৱা?

(ক) টেঙা

(খ) টিতা

(গ) মিঠা

উওৰঃ (ক) টেঙা


২। এছিডবোৰে নীলা লিটমাছক কি কৰে?

(ক) বগা

(খ) ৰঙা

(গ) সেউজীয়া

উওৰঃ (খ) ৰঙা

৪। লিটমাছৰ দ্ৰৱটো প্ৰশমাৱস্থাত কি ৰঙৰ হয়?

(ক) ৰঙা

(খ) নীলা

(গ) বেঙুনীয়া

উওৰঃ (গ) বেঙুনীয়া

৫। এছিড ধাতুৰ লগত বিক্ৰিয়া কৰিলে কি গেছ উৎপন্ন হয়?

(ক) হাইড্ৰজেন

(খ) নাইট্রোজেন

(গ) কার্বন ডাই অক্সাইড

উওৰঃ (গ) কার্বন ডাই অক্সাইড

(৬) এম,নিয়াম ক্লৰাইড দ্ৰৱৰ প্ৰকৃতি মানে কি?

(ক) প্ৰশম

(খ) আম্লিক

(গ) ক্ষাৰকীয়

(ঘ) ইয়াৰ এটাও নহয়

উওৰঃ (খ) আম্লিক