ধাতু আৰু অধাতু


১। কিছুমান ধাতু হাতুৰিৰে মৰিয়াই পাতল পাত এচতা বনাব পৰাটো কাৰ ধৰ্ম?

(ক) ঘাতসহনীয়তাৰ

(খ) নমনীয়তাৰ

(গ) ধাতৱ দ্যুতিৰ

উওৰঃ (ক) ঘাতসহনীয়তাৰ

২। এটা আটাইতকৈ সুপৰিবাহী ধাতুৰ নাম কি?

(ক) ছডিয়াম

(খ) ৰূপ

(গ) মেগনেছিয়াম

উওৰঃ (খ) ৰূপ

৩। এটা আটাইতকৈ ঘাত সহনশীল ধাতুৰ নাম কি?

(ক) পাৰা

(খ) জিংক

(গ) সোণ

উওৰঃ (গ) সোণ

৪। আটাইতকৈ নমনীয় ধাতূুটোৰ নাম কি?

(ক) কপাৰ

(খ) মাৰকিউৰি

(গ) সোণ

উওৰঃ (গ) সোণ

৫। তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিষ্ঠাপন বিক্ৰিয়া ঘটিব?

(ক) NaCl ৰ দ্ৰৱ আৰু কপাৰ ধাতু

(খ) MgCl₂ ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু

(গ) AgNo₃ ৰ দ্ৰৱ আৰু কপাৰ ধাতু

উওৰঃ(গ) AgNo₃ ৰ দ্ৰৱ আৰু কপাৰ ধাতু।

৬। খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়; যিংকৰ নহয়। কাৰণ

(ক) যিংকৰ গলনাংক টিনতকৈ বেছি

(খ) যিংক টিনতকৈ অধিক সক্ৰিয়

(গ) যিংক টিনতকৈ কম সক্ৰিয়

উওৰঃ(খ) যিংক টিনতকৈ অধিক সক্ৰিয়

৭। ধাতৱ অক্সাইডবোৰ কি?

(ক) আম্লিক

(খ) ক্ষাৰকীয়

(গ) ওপৰৰ দুয়োটা

উওৰঃ(খ) ক্ষাৰকীয়

৮। আটাইতকৈ সক্ৰিয় ধাতু বিধৰ নাম কি?

(ক) পটাছিয়াম

(খ) যিংক

(গ) সোণ

উওৰঃ(ক) পটাছিয়াম

৯। অম্লৰাজ কিমান অনুপাতত গাঢ় HCI আৰু গাঢ় HNO₃ ৰ সদ্যপ্ৰস্তুত মিশ্ৰণ?

(ক) 5ঃ1

(খ) 2ঃ1

(গ) 3ঃ 1

উওৰঃ(গ) 3ঃ1

১০। অম্লৰাজ অতিকৈ ক্ষয়কাৰক আৰু ধূমায়মান কি পদাৰ্থ?

(ক) কঠিন পদাৰ্থ

(খ) জুলীয়া পদাৰ্থ

(গ) গেছীয় পদাৰ্থ

উওৰঃ(খ) জুলীয়া পদাৰ্থ।

১১। ইলেক্ট'যোজী যৌগৰ আন এটা নাম কি?

(ক) আয়নীয় যৌগ

(খ) কেটায়ন যৌগ

(গ) এনায়ন যৌগ

উওৰঃ(ক) আয়নীয় যৌগ

১২। পৃথিৱীত মৌল বা যৌগ অৱস্থাত ভূত্বকত পোৱা পদাৰ্থবোৰক কি বুলি কোৱা হয়?

(ক) খনিজ পদাৰ্থ

(খ) খনিজ লৱণ

(গ) ধাতু

উওৰঃ(ক) খনিজ পদাৰ্থ
১৩।কোনবোৰ ধাতুক মুক্ত অৱস্থাত পোৱা যায়?
(ক) আটাইতকৈ বেছি সক্ৰিয়
(খ) আটাইতকৈ কম সক্ৰিয়
(গ) কম সক্ৰি
উওৰঃ(খ) আটাইতকৈ কম সক্ৰিয়

১৪। সক্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰি ধাতু বোৰক কেইটা ভাগত ভাগ কৰা হৈছে?
(ক) পাঁচটা ভাগত
(খ) তিনিটা ভাগত
(গ) চাৰিটা ভাগত
উওৰঃ(খ) তিনিটা ভাগত

১৫। অশুদ্ধি বা অপদ্ৰৱ্যবোৰক কি বুলি কোৱা হয়?
(ক) খনিজ পদাৰ্থ
(খ) খনিজ মল
(গ) খনিজ দ্ৰৱণ
উওৰঃ(খ) খনিজ মল

১৬। ধাতৱ যৌগৰ পৰা ধাতুলৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াক কি বুলি কয়?
(ক) জাৰণ
(খ) বিজাৰণ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উওৰঃ(খ) বিজাৰণ

১৭। দিল্লীৰ কুটুম মিনাৰৰ ওচৰত থকা লোৰ স্তম্ভ কিমান বছৰতকৈ বেছি পুৰণি?
(ক) ১৫০০ বছৰতকৈ
(খ) ১৯০০ বছৰতকৈ
(গ) ১৬০০ বছৰতকৈ
উওৰঃ(গ) ১৬০০ বছৰতকৈ

১৮। আকাৰৰ পৰা ধাতু নিষ্কাষণ আৰু পিছত তাৰ শোধন কৰা প্ৰক্ৰিয়াক কি বোলে?
(ক)থাৰ্মিট বিক্ৰিয়া
(খ) ধাতুবিদ্যা
(গ) ৰেডক্স বিক্ৰিয়া
উওৰঃ(খ) ধাতুবিদ্যা

১৯। সংকৰ ধাতু এটা পাৰা হ'লে তাক কি বুলি কয় ?
(ক) মাৰাকিউৰী
(খ) নমনীয়তা
(গ) এমালগাম
উওৰঃ(গ) এমালগাম

২০। অধাতুৰ ধৰ্ম ধাতুৰ ধৰ্মৰ -
(ক) বিপৰীত
(খ) সৈতে একে
(গ) সৈতে নিমিলে
উওৰঃ(ক) বিপৰীত
(২১) ধাতু যিকো এটা উধাহৰণ দিয়া
উওৰঃ এলুমিনিয়াম।

(২২) কোনো এটা ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰিলে কি ধাতু উৎপন্ন হয় লিখা ?
উওৰঃ কাৰ্বন ডাইঅক্সাই Ca

(২৩) কোনোটো ধাতুই অক্সিজেন লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে ?
উওৰঃ Na

(২৪) লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ কি পদ্ধতি ব্যৱহাৰ কৰিব লাগিব  ?
 উওৰঃ যিংকৰ প্ৰলেপ দি।

(২৫)এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চগননাংকৰ যৌগ উৎপন্ন কৰে যৌগটো পানীত দ্ৰৱণীয় মৌলটোনাম কি  ?
উওৰঃ কেলছিয়াম ।

(২৬) আটািতকৈ কম তাপৰ পৰিবাহী ধাতু বিধৰ নাম কি  ?
উওৰঃ লেড (সীহ)।

(২৭) আটাইতকৌ সক্ৰিয় ধাতু বিধৰ নাম কি  ?
উওঃ Na।

(২৮) কাৰ্বন বিজাৰণ পদ্ধিৰে নিষ্কাশন কৰিব নোৱাৰা ধাতুটো নাম কি ?
উওৰঃ Na।

(২৯)থাৰ্মিট বিক্ৰিয়াত এলুমিনিয়াম ব্যৱহাৰ কৰা কাৰণ কি ?
উওৰঃ কাৰণ ইয়াত অক্সিজেনৰ প্ৰতি অধিক আসক্তি আছে।

(৩০)ছডিয়াম ধাতু কত সংৰক্ষণ কৰি ৰখা হয় ?
উওৰঃ কেৰাছিনত।

(৩১) তলত কোনটো ধাতুৱে পানী লগতবিক্ৰিয়া কৰি উষ্বতা বৃদ্ধি কৰে  ?
উওৰঃ কপাৰ । 

(৩২) আয়নীয় যৌগবোৰ কেনেধৰ হোৱা উচিত  ?
উওৰঃ উচ্চ গলনাংক আৰু উতলাংক বিশিষ্ট।

(৩৩) সক্ৰিয়তাৰ ক্ৰমত হাইড্ৰজেনৰ কোনটো ধাতু অৱস্থিত  ?
উওৰঃ কপাৰ ।

(৩৪) বায়ুৰ উপস্থিত আকৰ উওপ্তৰ কৰা পদ্ধতিটোৰ নাম কি  ?
উওৰঃতাপজাৰণ।

(৩৫) আতাইতকৌ বেছি তাপ সুপৰিবাহিত ধাতুবিধৰ নাম কি  ?
উওৰঃ ছিলভাৰ। 

(৩৬)সকলো ধাতুৰ নাইট্ৰেটবিলাক কি ?
উওৰঃ পানী দ্ৰৱণীয়।

(৩৭) আইটাকৌ সক্ৰিয় ধাতুটো নাম কি  ?
উওৰ ঃ পটেছিয়াম।

(৩৮) আকাৰত থকা অপদ্ৰৱ্যবিলাক নাম লিখা  ?
উওৰ ঃ খনিজ ম,ল।

(৩৯) ইনছুলিনত থকা ধাতুটো নাম কি  ?
উওৰ ঃ Zn।

(৪০)যিংকধাতুক কষ্টিক ছডাদ্ৰৱৰ সৈতে উওাপিত কৰিলে সৃষ্টি হোৱা গেছটো নাম কি  ?।

উওৰঃ হাইড্ৰজেন।

(৪১) অম্লৰাজ মানে কি  ?
উওৰঃ গাঢ় হাইড্ৰক্লৰিক এছিড আৰু গাছট নাইট্ৰিক এছিডৰ খাদ্যপ্ৰস্তত মিশ্ৰণ ।

(৪২) মেংগানিজ ধাতুৰএক আকৰিক বিধৰ নাম কি  ?
উওৰঃ হেমেটাইট।

(৪৩) কোনটো ধাতুক কটাৰীৰে কাটিব পাৰি  ?
উওৰঃ নাইট্ৰজেনক (Na) 

(৪৪) সাধাৰণতে কোনটো ধাতুক লৱণৰ পৰা অপসাৰিত কৰিবকৰি পাৰে ?
উওৰঃ মেংগেজিয়ামক ( Mg)>

( ৪৫) ধাতুবোৰ অক্সাইডবোৰ সাধাৰণতে কি হয়  ?
উওৰঃ ক্ষাৰকীয়।

(৪৬) এমালগাত  থকা বাধ্যতামূল মৌলটো নাম কি  ?
উওৰঃ মাৰ্কিউৰি ।

(৪৭) গেলভেনাইজেচন প্ৰক্ৰিয়াত লোৰ মামৰে নধৰিবলৈ পলেপ দিয়া ধাতু বিধৰ নাম কি  ? 
উওৰ Zn ।

(৪৮) সাধাৰণতে উষ্বতাত কোনটো অধাতু তৰল অৱস্থাত  থাকে ?
উওৰঃ ব্ৰ,মিন।

(৪৯) মেগনেচিয়াম ফিটা জ্বলালে ই উজ্জ্বল শিখাৰে জ্জ্বলে আৰুএবিদ বগা গোৰি  উৎপন্ন হোৱা বিক্ৰিয়াটো নাম কি ?
উওৰঃ Mg জাৰিত আৰু অক্সিজেন বিজাৰিত হয়।

(৫০) পৃখিৱীৰ খোলাত থকা আটাইতকৈ বেচি থকা ধাতু বিধৰ নাম কি ?
উওৰঃ এলুমিনিয়াম (Al) ।

(৫১) অধাতু বিদ্যুত
ৰ সুৰপৰিবাহিত  ধাতু বিধৰ নাম কি ?
উওৰঃ গ্ৰফাইট।

(৫২) ব্ৰঞ্জত থকা ধাতু কেি বিধৰ নাম কি ?
উওৰঃ Cuআৰু Sn । 

(৫৩) হেমেটাই কোনোটো ধাতুৰ আকাৰ হয় ?
উওৰঃ  Fe  ।

(৫৪) চলডাৰ কোনটো মৌল আকাৰ হয়?
উওৰঃ Sn আৰু Pb  ।

(৫৫) কপাৰ ধাতুৰ বায়ুৰ সংস্পৰ্শত উওপ্ত কৰিলে কলাহোৱা কাৰণ কি  ?
উওৰঃ CuO  গঠণ হোৱা বাবে ।

(৫৬) ছডিয়াম ধাতুক কিয় কেৰাছিন তেলত  ডুবাই ৰখা হয় ?
উওৰঃ ছডিয়াম ধাতুৰ অতিশয় সক্ৰিয় ধাতু । ই সাধাৰণতে  উষ্বতাতে পানী আৰু বায়ু লগত বিক্ৰিয়া কৰে সেইবাবে ইয়াক জৈৱ দ্ৰাৱক কেৰাছিনত ডুবাই ৰখা হয ।

(৫৭) সাধাৰণ উষ্ণতাত জুতীয়া অৱস্থাত থকা ধাতু এটা নাম কি? 
উওৰঃ পাৰা ।

(৫৮) মণিক আৰু আকৰ ৰ পাৰ্থক্য এটা উদাহৰণ দিয়া  ?
উওৰ- পৃথবীৰ খলাটোত ধাতু এটাক মুক্ত বা যৌগ অৱস্থাত পাব পাৰি এনে পদাৰ্থবোৰক মণিক বা খনিজ পদাৰ্থ বোলে ।
আনহাতে যিবোৰ খনিজ পদাৰ্থৰ পৰা কম খৰছতে ধাতু এটা বিশুদ্ধ অৱস্থাত আহৰণ  কৰিব পাৰি ,সেই খনিজ পদাৰ্থবোৰক ধাতুটোৰ আকৰ বোলে ।

(৫৯) অধাতু আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া হলে কোন প্ৰকাৰ অক্সাইড উৎপন্ন হয়  ?
উওৰঃ অধাতুৰ অক্সাইডবোৰ আম্লিক ধৰ্মী ইয়াৰ অৰ্থ যেতীয়া পানীত দ্ৰৱীভূত কৰা হয় তেতীয়া ই নীলা  লিটমাছ ৰ  বৰণ ৰঙা কৰে ।

(৬১) ধাতু এটাৰ নমনীয়তা কাক বোলে ?
উওৰঃ ধাতুবোৰক টানি মিহি তাঁৰলৈ পৰিবৰ্তন কৰিব পাৰি ইয়াকে ধাতু এটা নমনীয় বোলে ।

(৬২) বায়ুত দহনৰ আগতে মেগনেছিয়ামত পিটা এডাল পৰিষ্কাৰ কৰি লব লাগে কিয়  ?
উওৰ ঃ মেগনেছিয়ামৰ ফিটা এডাল বায়ুত জ্বলোৱা আগেয়ে পৰিষ্কাৰ কৰি লোৱা হয়, কাৰণ ইয়াৰ দ্বাৰা মেগনেছিয়ামৰ ফিটাডালৰ ওপৰত থকা মেগনেচিয়াম  অক্সাইডৰ আৱৰণটো আঁতৰাই লোৱ হয় যাৰ ফলত তৎক্ষণাত উজ্বলভাৱে জ্বলি উঠে।

(৬৩) NaCLযৌগটো ত থকা আয়নসমূহৰ কি কি ?
উওৰঃ Na+আৰু CI-।

(৬৪) অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ  কি ৰাসানিক  পদ্ধিত প্ৰয়োগ কৰা হয়  ?
উওৰঃ অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ বিজাৰণ পদ্ধতি প্ৰয়ো কৰা  হয়।

(৬৫) লোৰ বস্তত ৰঙৰ প্ৰলেপ  কিয়  দিয়া  হয়  ?
উওৰঃ লোৰ সঁজুলি বিলিকাত ৰং দিয়াৰ  উদ্দেশ্য হল ইয়াৰ আয়ুৰস কাল বছটোৱা অৰ্থাৎ বহো দিনৰ নষ্ট নোহোৱাকৈ ৰখা , বায়ু যথেষ্ট পৰিমানে  অক্সজেন আৰু জলীয় বাস্প থাকে ইঁহতে লোৰ লগত বিক্ৰিয়া কৰি মামৰ 

(৬৭) ধাতুৰ ঘাতসহনীয়তাৰ সংজ্ঞা লিখা ?
উওৰঃ ধাতুবোৰ সাধাৰণতে টান বা কঠিন , অৱ্শ্যে ধাতু অনুযায়ী ইায়াৰ কঠিনতা কম বেছি, কিছুমান ধাতু যেনে-- সোণ , ৰুপ, এলুমিনিয়াম ,প্লেটিনাম আদিক গৰম কৰি হাতুৰিৰে  পিটি বহল বা দীঘল কৰিব পাৰি ,এনে ধাতুূোৰক আঘাত কৰি প্ৰসাৰিত কৰিলে ভাঙি চিঙি নাযায়,ইয়াকে ঘাটসহনীয়তা বোলে।

(৬৮) ধাতু এটা উদাহৰণ দিয়া  যি তাু ৰ কম পৰিবাহীত ?
উওৰঃ লেড।

(৬৯) এটা সক্ৰিয় ধাতুত লঘুহাইড্ৰক্লৰিক এছিড যোগ কৰিলে কি গেছ উৎপন্ন হয় 
উওৰঃ হাইড্ৰজেন গেছ  ।

(৭০) এমালগাম কি  ?
 উওৰঃ পাৰা আৰু অন্য ধাতুৰ মিশ্ৰণৰ তৈয়াৰী পৰা সংকৰ ধাতুক এমালগাম বোলা হয়।

(৭১) প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা  ?
উওৰঃগোল্ড আৰু ছিলভাৰ।

(৭২) কেনেধৰেমৰ আকাৰৰ ক্ষেএত দগ্ধীকৰণ বৱ্যহাৰ কৰা হয় ?
উওৰঃ কাৰ্বনেট আকাৰ ।

(৭৩) ধাতু এটাত কিমানটা যোজক কক্ষত ইলেক্ট্ৰন থাকে  ?
উওৰঃ ১,২, বা ৩ টা ।

(৭৪) এন,ড বোকা কি  ?
উওৰঃ ধাতুৰ বিদ্যুৎ পৰিশোধনৰ  সময়ত এনড তলিচ ভাগত গেছ হিচাপে জমা হোৱা অদ্ৰৱণীয়
 অশুদ্ধিবোৰই হৈছে এনড বোকা ।

(৭৫) তাপ জাৰণত কি ধৰণৰ আকাৰ বৱ্যহাৰ কৰা হয়  ?
উওৰঃ ছালফাইড আকাৰ ।

(৭৬) ধাতুৰ শোধন  বুলিলে কি বুজা  ?
উওৰঃ ধাতুৰ বিশুদ্ধ অৱস্থাত পাবৰ বাবে অশুদ্ধ ধাতুৰ পৰা অশুদ্ধিসম